All About Mohammed Suleman Khan And Mohammed Suleman Khan All Poems ||Assamese Medium

All About Mohammed Suleman Khan And Mohammed Suleman Khan All Poems Mohammed Suleman Khan All Poems List: নােৱাৰোঁ জোনাক নিশা ৰাতিপুৱা বিনয় মহম্মদ চুলেইমান খাঁ Nuwaru নােৱাৰোঁ - মহম্মদ চুলেইমান খাঁ ‘ নােৱাৰোঁ ’ কথাটি হেৰা বেয়া কথা বৰ কদাপি নহয় সিটো কথা মানুহৰ । এলেহুৱা যিটো হয় । নােৱাৰোঁ সিটোৱে কয় , তেনেহ ' লে তুমি কিয় নােৱাৰোঁ বুলিবা এলেহুৱা হৈ কিয় জীৱন ধৰিবা ? ভাল নাম পাবলৈ যদি কৰা মন , তেনেহ ' লে নুবুলিবা নােৱাৰোঁ বচন। । দহজনে পাৰে যিটো । তুমিও পাৰিবা সিটো , হেন জানি সাহ কৰি প্রাণটাকি কৰা , একেবাৰে নােৱাৰিলে এশবাৰে কৰা । Junak Nikha ...