Posts

Showing posts from November, 2020

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

Image
অসমীয়া যুক্তাক্ষৰ   ভাঙি এটাকৈ শব্দ গঠন কৰা  |  অসমীয়া ব্যাকৰণ Akhomiya Juktakhor | assamesemedium Hello Guys welcome to assamesemedium.in  .Here today we provide a list of  'Assamese Juktakhor'.  The list of 'Assamese Juktakhor' ( অসমীয়া যুক্তাক্ষৰ ) will be very helpful to the Assamese medium student as well English medium students for their Assamese grammar. অসমীয়া যুক্তাক্ষৰ   অসমীয়া যুক্তাক্ষৰ /  Akhomiya Juktakhor অসমীয়া যুক্তাক্ষৰ   অসমীয়া যুক্তাক্ষৰ /  Akhomiya juktakhor অসমীয়া যুক্তাক্ষৰ লিখোঁতে বহু লোকে ভূল কৰি লিখি থকা পৰিলক্ষিত হয় । শিক্ষাৰ্থী সকলে যাতে ভূল নকৰি পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হয় তাৰ বাবে অসমীয়া যুক্তাক্ষৰ তালিকা এখন উদাহৰণসহ আপোনালোকৰ আগত দিয়া হৈছে ।ভাল লাগিলে কমেণ্ট আৰু আপোনাৰ বন্ধু -বান্ধৱীৰ লগত share কৰিব । ধন্যবাদ  উদাহৰণসহ   অসমীয়া   বৰ্ণমালাৰ   যুক্তাক্ষৰ সমূহ    তলত দিয়া হল স  +  থ   =  স্থ    স্থান  [ মন   কৰিব  ’ স...