অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium
অসমীয়া যুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ Akhomiya Juktakhor | assamesemedium
Hello Guys welcome to assamesemedium.in .Here today we provide a list of 'Assamese Juktakhor'. The list of 'Assamese Juktakhor' (অসমীয়া যুক্তাক্ষৰ) will be very helpful to the Assamese medium student as well English medium students for their Assamese grammar.
অসমীয়া যুক্তাক্ষৰ / Akhomiya Juktakhor
অসমীয়া যুক্তাক্ষৰ |
অসমীয়া যুক্তাক্ষৰ / Akhomiya juktakhor
উদাহৰণসহ অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰ সমূহ তলত দিয়া হল
স + থ = স্থ স্থান [মন কৰিব ’স’ ৰ লগত ’হ’ যোগ নহয়]
গ + উ = গু গুৰ
ৰ + উ = ৰু ৰুমাল
শ + উ = শু শুভ
হ + উ = হু হুঁচৰি
ৰ + ঊ = ৰূ ৰূপ
হ + ঋ = হৃ হৃদয়
স + ক = স্ক স্কুল
ক + ক = ক্ক মক্কা
ল + ক = ল্ক শুল্ক
ষ + ক = ষ্ক পৰিষ্কাৰ
ষ + ণ = ষ্ণ কৃষ্ণ
ঙ + ক = ঙ্ক অঙ্ক
ঙ + খ = ঙ্খ শঙ্খ
ঙ + গ = ঙ্গ সঙ্গীত
ঙ + ঘ = ঙ্ঘ লঙ্ঘন
ঞ + চ = ঞ্চ অঞ্চল
শ + চ = শ্চ নিশ্চয়
চ + ছ = চ্ছ ইচ্ছা
ঞ + ছ = ঞ্ছ লাঞ্ছনা
শ + ছ = শ্ছ শিৰশ্ছেদ
ঞ + জ = ঞ্জ অঞ্জলি
জ + জ = জ্জ লজ্জা
ব + জ = ব্জ কব্জা
জ + ঞ = জ্ঞ বিজ্ঞান
ক + ট = ক্ট ট্ৰেক্টৰ
ণ + ট = ণ্ট কণ্টক
ল + ট = ল্ট বাল্টি
ষ + ট = ষ্ট নষ্ট
ণ + ড = ণ্ড ঠাণ্ডা
স + ত = স্ত ব্যস্ত
ন + ত = ন্ত দন্ত
ত + ত = ত্ত উত্তৰ
প + ত = প্ত উত্তপ্ত
ক + ত = ক্ত ৰক্ত
ব + দ = ব্দ শব্দ
ন + দ = ন্দ আনন্দ
দ + দ = দ্দ খদ্দৰ
ন + ধ = ন্ধ কান্ধ
ব + ধ = ব্ধ লব্ধ
গ + ধ = গ্ধ স্নিগ্ধ
দ + ধ = দ্ধ বৃদ্ধি
গ + ন = গ্ন মগ্ন
ন + ন = ন্ন অন্ন
ত + ন = ত্ন যত্ন
ঘ + ন = ঘ্ন বিঘ্ন
ম + ন = ম্ন নিম্ন
হ + ন = হ্ন বহ্নি
শ + ন = শ্ন প্ৰশ্ন
স + ন = স্ন স্নেহ
ম + ব = ম্ব চুম্বক
ম + ভ = ম্ভ গম্ভীৰ
দ + ভ = দ্ভ উদ্ভিদ
ক + ম = ক্ম ৰুক্মিনী
গ + ম = গ্ম বাগ্মী
ত + ম = ত্ম আত্মা
দ + ম = দ্ম পদ্ম
ন + ম = ন্ম জন্ম
ম + ম = ম্ম মহম্মদ
ল + ম = ল্ম বাল্মীকি
শ + ম = শ্ম ৰশ্মি
ষ + ম = ষ্ম গ্ৰীষ্ম
স + ম = স্ম বিস্ময়
হ + ম = হ্ম ব্ৰাহ্মণ
ক + য় = ক্য বাক্য
খ + য় = খ্য বিখ্যাত
গ + য় = গ্য ভাগ্য
জ + য় = জ্য ৰাজ্য
ট + য় = ট্য নাট্য
ঠ + য় = ঠ্য পাঠ্য
ধ + য় = ধ্য বাধ্য
ভ + য় = ভ্য অভ্যাস
ল + য় = ল্য মূল্য
গ + ৰ = গ্ৰ গ্ৰহ
ঘ + ৰ = ঘ্ৰ ব্যাঘ্ৰ
জ + ৰ = জ্ৰ বজ্ৰ
ট + ৰ = ট্ৰ ট্ৰাক
দ + ৰ = দ্ৰ ভদ্ৰ
ব + ৰ = ব্ৰ ব্ৰত
ম + ৰ = ম্ৰ নম্ৰ
প + ৰ = প্ৰ প্ৰতি
হ + ৰ = হ্ৰ হ্ৰদ
শ + ৰ = শ্ৰ শ্ৰম
স + ৰ = স্ৰ সহস্ৰ
ক + ৰ = ক্ৰ চক্ৰ
ত + ৰ = ত্ৰ পাত্ৰ
ভ + ৰ = ভ্ৰ ভ্ৰম
ক + ল = ক্ল শুক্ল
গ + ল = গ্ল গ্লানি
প + ল = প্ল বিপ্লৱ
ল + ল = ল্ল দিল্লী
ব + ল = ব্ল ব্লে’ড
ম + ল = ম্ল ম্লান
হ + ল = হ্ল প্ৰহ্লাদ
শ + ল = শ্ল শ্লোক
ব্ৰ + উ = ব্ৰু ডিব্ৰুগড়
দ্ৰ + উ = দ্ৰু কদ্ৰু
ধ্ৰ + উ = ধ্ৰু ধ্ৰুৱ
ক্ৰ + উ = ক্ৰু ক্ৰুদ্ধ
ত্ৰ + উ = ত্ৰু শত্ৰু
শ্ৰ + ঊ = শ্ৰূ শুশ্ৰূষা
দ্ৰ + ঊ = দ্ৰূ বিদ্ৰূপ
ভ্ৰ + ঊ = ভ্ৰূ ভ্ৰূক্ষেপ
অসমীয়া যুক্তাক্ষৰ / Akhomiya Juktakhor
অসমীয়া যুক্তাক্ষৰ |
উদাহৰণসহ তিনিটা বৰ্ণ যুক্ত অসমীয়া যুক্তক্ষৰ সমূহ তলত দিয়া হল:
ব + ৰ + উ = ব্ৰু ডিব্ৰুগড়
দ + ৰ + উ = দ্ৰু কদ্ৰু
ক +ৰ + উ = ক্ৰু ক্ৰুদ্ধ
ত +ৰ + উ = ত্ৰু শত্ৰু
শ +ৰ + ঊ = শ্ৰূ শুশ্ৰূষা
দ +ৰ + ঊ = দ্ৰূ বিদ্ৰূপ
ভ +ৰ + ঊ = ভ্ৰূ ভ্ৰূক্ষেপ
ন + ধ + ৰ = ন্ধ্ৰ
স + ত + ৰ = স্ত্ৰ
ধ + ৰ + উ = ধ্ৰু
ত + ৰ + উ = ত্ৰু
Comments
Post a Comment