700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese

অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) One Word Substitutions In Assamese 


Hello Guys Welcome to Assamesemedium.in website. Here today we provide a list of one-word substitutions (এটা শব্দত প্ৰকাশ কৰা) for Assamese sentences. This list has more than 700 which have substituted into one word in Assamese(এটা শব্দত প্ৰকাশ কৰা). The list of one-word substitutions will be very helpful to the Assamese medium student as well English medium students for their Assamese grammar.This is called “At Shabdat Prakhash Kora” in Assamese.These one words substitution in Assamese will be very helpful students of class 10 and 12 for their HSLC and AHSEC examination respectively.


এটা শব্দত প্ৰকাশ কৰা
এটা শব্দত প্ৰকাশ কৰা


ইয়াত অসমীয়া ভষাৰ 700+ কৈ অধিক এটা শব্দত প্ৰকাশ কৰা বাক্য দিয়া হৈছে। তলত দিয়া বাক্য বোৰক সুন্দৰকৈ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ তালিকা আকাৰত এটা শব্দত প্ৰকাশ কৰি দিয়া হৈছে।ইয়াত দিয়া এটা শব্দত প্ৰকাশ কৰা তালিকাখন সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে উপযোগী হ’ব। বিষেককৈ নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে SEBA HSLC আৰু AHSEC পৰীক্ষা কাৰণে বহু উপযোগী হ’ব। 


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা
এটা শব্দত প্ৰকাশ কৰা

'অ'  বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


' 'ঘুৰি ফুৰা লোক = অঘৰী

অন্য উপায় নথকাত = অগত্যা

অতিৰঞ্জিত কৰি কোৱা কথাপং-কথা

অশেষমূল্য যাৰ = অমূল্য

অলপ আঠা যুক্ত = আলতীয়া

অমাৱস্যাপূৰ্ণিমা আদি তিথিত পালন কৰা ব্ৰতনিশিপালন

অঙ্গ বা দেহৰ পৰা যাৰ জন্ম হয় = অঙ্গজ

অতি উচ্চ বা বিকট হাঁহি = অট্টহাস্য

অতিশয় শীতাে নহয়অতিশয় গ্রীষ্মও নহয়নাতিশীতােষ্ণ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা
এটা শব্দত প্ৰকাশ কৰা

'আ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


আছুতীয়াকৈ ৰখা কাৰ্য = আৰক্ষণ

আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ

আঁঠুলৈ বৈ পৰা = আজানুলম্বিত

আগেআগে গমন কৰে যি= অগ্ৰগামী

আনৰ দোষ দেখা স্বভাৱঅসূয়া

আনৰভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ

আগতিয়াকে দিয়া = অগ্ৰিম

আগচি ধৰা কাৰ্য = আগ-ভেটা

আগৰ অৱস্থাৰ সৈতে নিমিলা = অসমঞ্জস

আন ঠাইলৈ নিব পৰা = অস্থাৱৰ

আগেয়ে গম নোপোৱাকৈ = আচম্বিত

আফুগছৰ আঠাৰ পৰা প্ৰস্তুত কৰা ৰাগিয়াল বস্তু = আফিং

আধা নষ্ট হোৱা = আধলিকা

আনক খেতি কৰিবলৈ দিয়া মাটিৰ শস্যৰ আধা ভাগ = আধি

আধা বয়স যোৱা = আদহীয়া

আখৰ চিনি নোপোৱা লোক = অনক্ষৰ

আলতীয়া বা আঠা থকা মাটি = আঠালতীয়া

আইনৰ সহায়ত দখল কৰা কাৰ্য = অধিগ্ৰহণ

আগতিয়াকে দিয়া সুবিধা = অগ্ৰধিকাৰ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ই' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ইন্দ্ৰিয়ই ঢুকি নোপোৱা বা বোধ কৰিব নোৱাৰা = অগোচৰ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ঈ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 

ঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক

ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক 

ঈশ্বৰক যাৰ বিশ্বাস নাইনাস্তিক


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'উ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 

উপকাৰ স্বীকাৰ নকৰা কাৰ্য = অশলাগ

উপকাৰীৰউপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ

উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = অকৃতজ্ঞ 

উৎপন্ন শস্যৰ আধা ভাগ দিয়াৰ চুক্তিত মাটিত খেতি কৰা মানুহ = আধিয়াৰ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'এ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


একো নজনা = অজলা

একেৰাহে চলি থকানিৰৱচ্ছিন্ন

একে মাকৰ গৰ্ভত জন্ম যাৰসহােদৰ

একে মাকৰ সন্তান = সহোদৰসোদৰ

একে উদৰৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰ = সহোদৰসহোদৰা

এই সন্তান থকা তিৰোতাকাকবন্ধ্যা

এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা = কাকবন্ধ্যাবিয়ৈবাঁজীকাউৰ বাঁজী

একেলগে শ্ৰেণীত পঢ়া-শুনা কৰা বন্ধুসহপাঠী

একে শ্ৰেণীতে পঢ়া = সহপাঠী 

একেগুৰুৰ শিষ্য = সতীৰ্থ, হৰিভকত 

একেসময়তে হোৱা = সমসাময়িক

একে উদ্দেশ্যেৰে দল বান্ধি যোৱা মানুহসমদল

এটাৰ পিছত আন এটাকৈ = অগা-পিচা

এটাসন্তান হোৱাৰপৰা আন এটা হোৱালৈকেসময় = আনজ

এবাৰগুটি লাগি মৰা গছ= ঔষধি 

এবাৰফল দি মৰা গছ= ঔষধি 

এবাৰফল দিয়াৰ পাছতে যিগছ মৰি যায় = ঔষধি

একে ঠাইত স্থায়িভাৱে বসবাস নকৰা লোক = অস্থায়ী


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ও' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ওপৰত তৰি লোৱা কাপোৰৰ আৱৰণ = আঠুৱা


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ক' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


কাপোৰত ফুল তুলিবলৈ ৰং দিয়া সূতা = আঁচু

কৰিবলগীয়া কাম = কৰ্তব্য

কিবা এটা পাবলৈ কৰা যত্ন বা ইচ্ছা = আগ্ৰহ

কোনো এটা ধৰ্ম অৱলম্মন কৰা লোকধৰ্মাৱলম্বী

কাপোৰৰ আগ = আঁচল 

কথা বা কামত নিজৰ মতৰপৰা কেতিয়াও লৰচৰ নকৰা = আঁকোৰ-গোজ

কোনো বস্তুৰ বৰ বেছি মাত্ৰা = অতিচাৰ

কথা  নোৱাৰা = অঁকৰা

কামনা বা উদ্দেশ্য নথকা = অকামী

কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

কবিতা লেখা মানুহকবি

কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা 

কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা 

কাপোৰ বব জনা তিৰোতা = শিপীনী

কঁঠালৰ সৰু কলিমুচি

কব নলগীয়া কথাযাক কব নোৱাৰিঅবাচ্যঅকথ্য

কাৰো নাম নোলোৱাকৈ দিয়া গালিগুৱালগালি

কথা কোৱাৰ যি ইচ্ছাবিবক্ষা

কৰিবলগীয়া কামকর্তব্য

কাঁহৰবাচন গঢ়েতাকঁহাৰ

কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ

ককাৰ দেউতাক=আজোককা

কাঠৰ কাম কৰা লোককাঠ-মিস্ত্ৰী

কানিখোৱা মানুহ = কানীয়া

কাৰোলগত মিলিব নোৱাৰা লোক= অজীনপাতকী

কোনোকাৰ্য কৰিবলৈ স্থিৰ কৰা= কৃতসংকল্প

কথাৰলাগ-বান্ধ নথকা লোক= চেলেপু

কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহবিশ্বস্ত 


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'খ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


খাবলৈঅনা সৰু কলপুলি = পচলা

খাৰণিসনা সৰিহৰ গুৰি = খাৰলি

খেলাধুলা কৰা লোক = খেলুৱৈ

খোৱাৰ সময়ত একে শাৰীতে বহি খোৱাৰ যি অযোগ্যঅপাংক্তেয়


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'গ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


গোটেই জীৱন জুৰি = অজীৱন

গৰুৰ পোৱালিদামুৰি

গাঁৱৰমুখিয়াল ব্যক্তি = গাঁওবুঢ়া

গৰু বন্ধা ঘৰ = গোহালি

গোচৰতৰা মানুহ = গোচৰীয়া

গােটেই জীৱনব্যাপীআজীৱন

গোটেইজীৱনজুৰি = আজীৱন

গান গোৱা লোক = গায়ক

গৰুচৰোৱা লোক = গৰখীয়া

গুৰিসৰিয়হেৰে কৰা খাদ্য = কাঁহুদি

গৰৈমাছৰ সৰু পনা = গৰৈচিৰিকা

গৰৈ মাছৰ সৰুগৰৈচিৰিকা

গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা

গাখীৰমিঠাই বেচা মানুহক = ?

গােপনে দিয়া উপধৌকনভেটি


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ঘ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ঘোঁৰাবন্ধা ঘৰ = অস্তাবল

ঘৰনাই যাৰ = অঘৰী

ঘৰৰ ভিতৰ ভাগ = অন্তপুৰ 

ঘৰেঘৰে বস্তু বিক্ৰী কৰিফুৰা তিৰোতা = পোহাৰী

ঘৰৰচালৰ পানী পৰা ঠাই= পানী পচা

ঘৰৰচালৰ পৰা পানী পৰাঠাই = পানীপোতা

ঘৰতে থাকি কৰিব পৰা উদ্যোগ = কুটীৰশিল্প


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'চ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


চিকিৎসাকৰা লোক = চিকিৎসক

চলন শক্তি নথকা = অচলিত

চকুৰে নমনা বস্তু ডাঙৰকৈ দেখুওৱা যন্ত্ৰ = অণুবীক্ষণ

চিকাৰ কৰা যাৰ কামচিকাৰী

চিত্ৰ আঁকোতাচিত্ৰকৰ

চিঠিবিলাই ফুৰা মানুহ = পিয়ন

চেলেকিখোৱা বস্তু = লেহ্য

চোবাইখোৱা বস্তু = চৰ্ব্য

চুহিখোৱা বস্তুচোৰোহা

চুহি খাব লগা বস্তু = চোৰোহা 


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ছ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ছবিঅঁকা মানুহ = চিত্ৰকাৰ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'জ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


জুইধৰি ৰখা ঠাই = জুহাল

জিভাৰেচেলেকি চাব পৰা বস্তু= লেহ্য

জন্তুৰনিচিনা যি = জান্তব

জনবিশ্বাসমতে পৃথিৱী ৰজস্বলা হোৱা অশুচি কালষাঁঠ বা সাঁঠ

জাতি নথকা বা হীন জাতিৰ মানুহ = অজাতি

জুয়ে ঘৰ বাৰী পুৰি কৰা দুৰ্ঘটনা = অগ্নিকাণ্ড

জিভাৰ গুৰিত তালুৰ পৰা ওলমি থকা সৰু জিভা = আলজিভা

জমা হোৱা ধন = আমানত

জন্মৰপৰা অন্ধ যি = জন্মান্ধ

জলআৰু স্থল উভয়তে চৰেযি = উভচৰ

জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ = ?


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ঠ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ঠেংনথকা ভেকুলীৰ পোৱালি = লালুকী


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ড' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ডাঙৰ মাত বা গৰ্জন = আটাহ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ত' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি = প্ৰতু্ত্পন্নোমতি 

তলমূৰ কৰি থকা = অধোবদন

ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি বা বিপদৰ সময়ত ওলোৱা বুদ্ধিপ্রত্যুৎপন্নমতি

তিনিটা বাট  লগ লাগিছেতিনিআলিতেবাটা

তাৱৈৰঘৈণীয়েক = আমৈ

তল পাব নােৱাৰাঅতল

তেজৰ সম্বন্ধ থকা = আত্মীয়

তললৈ যোৱা কাৰ্য = অধোগতি


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'দ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


দুইঘৰৰ মাজৰ ঠাই = দোঘোৰা

দুইবছৰৰ মূৰত পোৱালি দিয়াগাই = দুৰচী, দোৰাহী

দাঁতওলোৱা হাতী = দঁতাল

দীৰ্ঘকালজীয়াই থকা = দীৰ্ঘজীৱী

দেউতাৰ ভনীয়েকপেহী

দক্ষিণ-পশ্চিম কোণ বা দিশনৈঋত

দিনটো উপৱাসে থাকি সন্ধিয়া নিৰামিষ ভোজনেৰে ভঙা ব্ৰতহবিছ/হৱিষ্য

দহ হাজাৰ কোটিনিখৰ্ব

দেউতাকৰ সখিয়েক= তাৱৈ

দেউতাৰভনীয়েক = পেহী

 দেৱতাৰগুণ সমৃদ্ধ = দৈৱীয়

দেশকভাল পোৱা মানুহ = দেশভক্ত, দেশপ্ৰেমিক

দেশৰঅপকাৰ কৰা মানুহ = দেশদ্ৰোহী

দেশৰবাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ

দেশৰ কামত মৃত্যু বৰণ কৰা মানুহশ্বহীদ

দেশৰভালৰ কাৰণে কাম কৰামানুহ = দেশকৰ্মী

দুটামাহৰ মাজৰ দিন = দোমাহী, সংক্ৰান্তি

দৰমহানোলোৱাকৈ কাম কৰা মানুহ= অবৈতনিক

দৰমহানোলোৱাকৈ কৰা কাম = অবৈতনিক

দুয়োটাচকুৰে নেদেখা লোক = অন্ধ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

'ধ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ধানখেতি কৰা ঠাই = ধাননি

ধানথোৱা ঘৰ = ভঁৰাল

ধানথোৱা ঠাই = ভঁৰাল

ধানদোৱা তিৰোতা = দাৱনী

ধানৰোৱা তিৰোতা = ৰোৱনী

ধানৰবাকলি = তুঁহ

ধাৰ্মিক আত্মা যাৰধৰ্মাত্মা

ধৰ্ম প্ৰচাৰ কৰা লোককধৰ্মপ্ৰচাৰক

ধৰ্মলৈভয় যাৰ = ধৰ্মভীৰু

ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন = ?


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা

নাটকলিখা মানুহ = নাট্যকাৰ

নাৱতউঠি ব্যৱসায় কৰা লোক = মুদৈ

নামগোৱা তিৰোতা = নামতী

নামনিদিয়াকৈ দিয়া = বেনামী

নামনধৰাকৈ দিয়া গালি = গুৱালগালি

নিজক আনৰ হাতত গতাই দিয়া = আত্ম-সমৰ্পণ

নিজেনিজে হোৱা = স্বয়ম্ভূ

নিজৰওপজা ঠাই = জন্মভূমি

নিজৰওপৰত যি নিৰ্ভৰ কৰে= স্বাৱলম্বী, আত্মনিৰ্ভৰশীল

নিজৰৰূপ-যৌৱন লৈ গৌৰৱকৰা তিৰোতা = মানিনী

নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক

নোহোৱাবস্তু যি উলিয়ায় = আৱিষ্কাৰক, উদ্ভাৱক

নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ

নোহোৱাবস্তু সৃষ্টি কৰা = উদ্ভাৱন

নেজ নসৰা বেঙৰ পোৱালি = লালুকী 

নিমন্ত্ৰণ নকৰাকৈ অহা আলহীনাদৰা-দৰা

নিজ ইচ্ছামতে চলা লোক = অভং

নাঙলৰ সীৰলু = আঁওচ

নিয়মিত সীমা বা পৰিমানৰ বাহিৰ হোৱা = অতিপাত

নিজকে লৈ কৰা অহংকাৰ = আত্ম গৌৰবআত্মগৰ্ব

নিজক নিজে আঘাত কৰা = আত্মঘাত

নিজৰ সুখ-স্বাৰ্থ এৰি দিয়া = আত্ম-ত্যাগ

নখ বা কাঁইট আদিৰ পৰা হোৱা আঘাত = আঁচোৰ

নাও বােৱা মানুহনাৱৰীয়া

নাও বনোৱা মানুহ = ?


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'প' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


পিখোৱা বস্তু = পেয়

কী ঘৰ নিৰ্মাণ কৰা লোকৰাজমিস্ত্ৰী

পিছেপিছে গমন কৰে যি= অনুগামী

পথৰপৰাযি বিচলিত হৈছে = পথভ্ৰষ্ট

পনীয়াগাখীৰ দিয়া গাই = জলাহী 

পুৱাইনাম 'বলগীয়া = প্ৰাত:স্মৰণীয়

প্ৰেমিক-প্ৰেমিকাৰ গুপ্ত স্থানলৈ গমন = অভিসাৰ

প্ৰথমে সম্ভেদ দিওঁতা = অগ্ৰদূত

প্ৰৱাসত থকা মানুহপ্রৱাসীপ্রৱসুৱা

প্ৰাণকপণ কৰি = প্ৰাণপণে

পূৰ্বজন্মৰ কথা যাৰ মনতআছে = জাতিস্মৰ

পূর্বজন্মৰ কথা যি জানেজাতিস্মৰ

প্ৰৱাসতথকা মানুহ = প্ৰৱাসী, প্ৰৱসুৱা

পৰৰঅধীন = পৰাধীন

পৰৰমুখলৈ অপেক্ষা কৰা মানুহ = পৰমুখাপেক্ষী

পৰৰসৌভাগ্য দেখি যি কাতৰহয় = পৰশ্ৰীকাতৰ

পশু-পক্ষী, চৰাই-চিৰিকটিপ্ৰদৰ্শনীৰ বাবে ৰখা ঠাই= চিৰিয়াখানা

পোৱালি দিবৰ বয়স নোহোৱা মাইকী গৰুকাঢ়লী

পোৱালি জগাৰ সম্ভাৱনা নথকা কণীবাওকণী

প্রস্ৰাৱ কৰা কাৰ্য্যমেহন

পৰ্বতৰ নামনি অংশৰ প্ৰায় সমতল ভূমিঅধিত্যকা

পোচাকৰ তলত পিন্ধা কাপোৰ = অন্তৰ্বাস

পেটত ৰখা খং = আক্ৰোশ

পৰম আত্মা আছে যাৰপৰমাত্মা

পানীৰ নামি গা ধোৱা কাৰ্য = অৱগাহন

প্ৰাণক পণ কৰি = প্ৰাণপণে


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'ফ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ফুলথোৱা পাত্ৰ = ফুলদানি

ফুল নধৰা উদ্ভিদ = অপুস্পক

ফল পকিলে যি গছ মৰি যায়ওষধি

ফুলনুফুলাকৈ গুটি হোৱা গছ= বনস্পতি


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'ব' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


বুকুৰেবগাই যোৱা প্ৰাণী = সৰীসৃপ

বাটেবাটে যোৱা মানুহ = বাটৰুৱা

বাটেদিযোৱা মানুহ = বাটৰুৱা

বাপেকৰসখিয়েক = তাৱৈ

বাঁহগাজৰ পৰা তৈয়াৰ কৰাখাদ্য = খৰিচা

বাঁহ-গাজ খুন্দি তৈয়াৰকৰা খাদ্য-বস্তু = খৰিচা

বিয়ানকৰোৱা মানুহ = অবিবাহিত, বৰলা, ডাংবৰলা

বিদেশৰপৰাঅহা লোক = বিদেশী

বিদ্যাশিক্ষা কৰা ঘৰ = বিদ্যালয়

বিপদৰসময়ত ওলোৱা বুদ্ধি = প্ৰত্যু্ৎপন্নমতি

বিষ্ণুকউপাসনা কৰা লোক = বৈষ্ণৱ

বিষ্ণুৰ ভকত যি তেওঁ = বৈষ্ণৱ 

বিহুৰআগদিনা = উৰুকা

বিহুৰ আগৰ দিনটোউৰুকা

বিয়া-বাৰু নোহোৱা পুৰুষ= দাং বৰলা

বীণাআছে পাণিত যাৰ = বীণাপাণি

বোকাতযাৰ জন্ম = পংকজ

বটাসাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি

ব্যাকৰণতযি পাৰদৰ্শী = বৈয়াকৰণিক, বৈয়াকৰণ

বধকৰিবৰ ইচ্ছা = জিঘাংসা

বন্ধু-বান্ধৱীৰ সৈতে = সবান্ধৱে

বৰষুণনোহোৱা বতৰ = খৰাং

বৰষুণ নোহোৱা যি বতৰ = খৰাং

বস্তুবেচা কিনা কৰা ঠাই= বজাৰ

বহুতকলগছ থকা ঠাই = কলনি

বহুতমানুহ একেলগে যোৱা = সমদল

বহুতো'ৰা ছোৱালী একেলগেপঢ়া ঘৰ = পঢ়াশালি

বহুতৰমাজত প্ৰধান = শ্ৰেষ্ঠ

বিন্ধা নথকা = অছিদ্ৰ

 কাটিব নজনা = আকাজী 

বেয়া বাট = আওবাট

বােকাত যাৰ জন্মপঙ্কজ

বিয়া নকৰােৱা মানুহঅবিৱাহিত

বৌদ্ধ বা জৈন সন্ন্যাসীনিৰ্গ্ৰন্থ

বিপ্লৱ কৰে যিবিপ্লৱী

বৰালি মাছৰ সৰুবৰালিলেটা

 কাটিব জনা তিৰোতাশিপিনী

বৰ খঙাল মানুহ = অগ্নিশৰ্মা

বিপুল আয়োজন = আড়ম্বৰ

বৰ আদৰত ডাঙৰ হোৱা = আতোল-তোল

বস-বাস কৰি থকা লোক = অধিবাসী

বঢ়াই কোৱা কথা = অত্যুক্তি

বিনয় গুণ থকা লোকবিনয়ী

বুধি আছে যাৰবুধিয়ক

বাঁহ-বেতৰ কাম কৰা লোকবাঢ়ৈ

বৰ বেছি যত্ন বা শ্ৰম কৰা কাৰ্য = অহোপুৰুষাৰ্থ

বলিয়াৰ দৰে কথাৰ লাগ-বান্ধ নথকা = অহৌবলীয়া


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'ভ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ভিক্ষাকৰে যি = ভিক্ষাৰী

ভিক্ষাৰঅভাৱ = দুৰ্ভিক্ষ

ভেকুলীৰপোৱালি = লালুকি

ভৱিষ্যতচিন্তা কৰিব পৰা লোক= দূৰদৰ্শী

ভৰিৰপৰামূৰলৈকে = আপাদমস্তক

ভকুৱা মাছৰ সৰুভকুৱাটেপা

ভূমি বা মাটিৰ গৰাকীভৌমিক

ভিতৰুৱা বিবাদ = আন্তকলহ

ভিতৰে ভিতৰে বৈ থকা সোঁত = অন্ত:প্ৰৱাহ

ভৰিৰ কলাফুলৰ ঠিক ওপৰৰ জোৰা = আঠু

ভালকৈ দেখা নোপোৱা = অস্পষ্ট


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'ম' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


মাকৰভায়েক = মামা

মাগিলেওভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ

মাগুৰমাছৰ সৰু = মাগুৰজালি

মাছমৰা লোক = মাছুৱৈ, মাছমৰীয়া

মনৰ সকলো ভাব বুজি পাওঁতা = অন্তৰ্যামী

মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণীস্তন্যপায়ী

মিতিৰৰ ঘৰত খোৱা ভোজ বা জলপাননেউৰি

মহান আত্মা আছে যাৰমহাত্মা

মানৱৰ প্ৰতি প্ৰেম থকা লোকমানৱপ্ৰেণী

মজিয়াবেৰ আদিত অঁকা মাংগলিক চিত্ৰ = আলপনা

মানুহ মৰাৰ পিছত প্ৰথম শ্ৰাদ্ধ = আদ্যশ্ৰাদ্ধ

মিচিংসকলে ঘৰত বনোৱা মদ = আপং

মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ বিচনাৰ

মৃতদেহ সৎকাৰ কৰা কাৰ্য = অন্তোষ্টিক্ৰিয়া

মাছৰপোৱালি = পোনা

মাটিৰনিচেই সৰু টেকেলি = ভুৰুকা

মাটিৰবাচন বৰ্তন তৈয়াৰ কৰালোক = কুমাৰ

মাটিৰবাচন সাজোঁতা = কুমাৰ

মাটিৰেতৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প

মাটিৰেনিৰ্মিত = মৃণ্ময়

মাৰভনীয়েক = মাহী

মাৰসতিনীয়েক = বিমাতা, মাহীমা

মাটি কাটিপুখুৰী আদি খান্দি জীৱিকা উলিওৱা বিহাৰী বনুৱানুনীয়া

মানুহে নখন্দাকৈ স্বাভাবিকভাৱে হোৱা জলাশয় = অখাত

মৃতকৰ মুখত জুই দিওঁতা = অগ্নিদাতা

মুখস্থ কৰিবলৈ বাৰে বাৰে আবৃতি কৰা = আওৰা

মাৰিবলৈবা হনন কৰিবলৈ কৰাইচ্ছা = জিঘাংসা

মিছাকথা কোৱা মানুহ = মিছলীয়া

মিলিনোহোৱা গুৰি বা বস্তুৰলগত থকা আধাখুন্দা গুৰি= খৰচি

মেলতযি পাৰ্গত = মেলেকী

মেলত পাৰ্গতমেলেকী


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'য' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


*যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰেকৃতজ্ঞ

*যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰেঅকৃতজ্ঞকৃতঘ্ন

*যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী

*যি নয়ম মতে খৰচ কৰেমিতব্যয়ী

*যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী

*যি ভয় নকৰে = নিৰ্ভীক

*যি কাৰো লগত মিলিব নোৱাৰেঅজীন-পাতকী

*যিজনে দূৰলৈ দেখেদূৰদৰ্শী

*যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰেদূৰদৰ্শী

*যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী

*যি ইন্দ্রিয় জয় কৰেজিতেন্দ্রিয়

*যি কথা কব নোৱাৰে = মুকবোবা

*যি শুনাও নাপায়কথাও ' নোৱাৰে = মুকবধিৰ

*যি সহ্য কৰিব পাৰেসহনশীল

*যি তিনিও কালৰ কথা জানেত্ৰিকালজ্ঞ

*যি বনত থাকেবনৰীয়া

*যি মাটিৰ সাৰ নাইঅসাৰুৱা

*যিটো পূৰণ কৰিব নোৱাৰিঅপূৰণীয়

*যিয়ে বিমান চলোয়বৈমানিক

*যি পথৰ পৰা বিচলিতপথভ্ৰষ্ট

*যি উপকাৰ কৰেউপকাৰী

*যি সহ্য কৰিব পাৰে = সহিষ্ণু

*যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু

*যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু

*যি অইন ফালে মন দিয়ে = অন্যমনস্ক

*যি আনফালে মন দিয়ে = অন্যমনস্ক

*যিটো সুধিবলগীয়া = জিজ্ঞাস্য

*যি কথাৰ বিষয়ে প্ৰশ্ন কৰা অনুচিতঅজিজ্ঞাস্য

*যি কন্যা আগতে অন্যই বিয়া কৰোৱা নাই= অনন্য-পূৰ্বা

*যি খোৱাৰ অযোগ্য = অখাদ্য

*যি একো নাজানে = অজ্ঞ

যি কথা জনা নাযায় = অজ্ঞাত

*যি ভাষাত পাৰ্গত = ভাষাবিদ্

*যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ

*যি কেবল নিজৰ কথা ভাৱেস্বাৰ্থপৰআপোনপেটা

*যি সমাপ্ত হোৱা নাই = অসমাপ্ত

*যি মাটি ফুটি ওলায় = উদ্ভিদ

*যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য

*যি কথা লগাই ফুৰেখলুৱা

*যি ধন খৰচ নকৰে = কৃপণ

*যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট

*যি অলপতে ভয় খায় = ভয়াতুৰ

*যি নানা অভাৱত থাকে = অভাৱী

*যি খেতি কৰেখেতিয়ক

*যি বিধি সন্মত নহয়অবৈধ

*যি বিধিসন্মত = বৈধ 

*যি আনক ঠগেঠগৰীয়া

*যি জানিবলৈ ইচ্ছা কৰেজিজ্ঞাসু

*যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু

*যি পৰিণাম চিন্তা কৰি কাম কৰেপৰিণামদৰ্শী

*যিয়ে জাহাজ চলায়নাৱিক

*যি সকলো জানেসৰ্বজ্ঞ

*যি সকলো জানে = সৰ্বজ্ঞসৰ্বজান

*যি খুজি মাগি খায়খোজনীয়া,মগনিয়া

*যি সহজে জীণ নাযায় = অজীৰ্ণগুৰুপাকী

*যি ঠাইত মানুহ নাই = জনশূন্য

*যি গোন্ধ ভাল = সুগন্ধ

*যি পুৰুষ ভয়াতুৰ = কাপুৰুষ

*যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা

*যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য

*যি তিৰোতাই ধান ৰোৱেৰোৱনী

*যি তিৰোতাই ধান দায় = দাৱনী

*যি বনত ওপজে = বনজ

*যি বহুত কথা কয়বহুবল্কী

*যি গৰমো নহয় ঠাণ্ডাও নহয়কুহুমীয়া

*যি বতৰ শীতো নহয় উষ্ণও নহয়নাতিশীতোষ্ণ

*যি ঠাইত অতি ঠাণ্ডাও নহয়গৰমো নহয় = নাতিশীতোষ্ণ

*যি কথা ' জানেকথা সজাই ' পৰা লোককথাচহকী

*যি বিদ্যালাভ কৰিছে = কৃতবিদ্য

*যি কথাৰ অৰ্থ নাইঅৰ্থহীন,নিৰৰ্থক 

*যি ঘৰত ওপজেঘৰ-ওপজা

*যি নিজৰ ওপৰত নিৰ্ভৰ কৰেআত্মনিৰ্ভৰশীলস্বাৱলম্বী

*যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব

*যি আগেয়ে হোৱা নাই = অভূতপূৰ্ব

*যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব

*যি আনৰ হিতৰ কথা ভাৱেপৰহিতৈষী 

*যি সকলোৰে মাজত প্ৰিয়লোকপ্ৰিয়

*যি নিজে নিজে হয়স্বয়ম্ভু

*যি এই লোকৰ নহয়অলৌকিক

*যি গোচৰ তৰে=গুচৰীয়া

*যি পুৰি যায়দাহ্য

*যি বোকাত জন্মেপঙ্কজ

*যি গুৰুৱে ধৰ্মশিক্ষা দিয়েধৰ্মগুৰু

*যি কাম দোষজনকদুষকৰ্মকুকৰ্ম

*যি অস্ত্ৰৰ মুখেৰে জুই ওলায় = আগ্নেয়াস্ত্ৰ

*যি কাণেৰে নুশুনেকলা

*যি মাগি খায়মগনীয়া

*যি নগৰত থাকে = নগৰীয়া

*যি কম কথা কয়=মিতভাষী

*যি সংকল্প কৰিছে - কৃতসংকল্প

*যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী

*যি দুই হাত সমানে চলাব পাৰেসব্যসাচী

*যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু

*যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰেকিংকৰ্তব্যবিমূঢ়

*যি পুৰুষে বিয়া কৰোৱা নাইঅকিঞ্চন

*যি নিজকে পণ্ডিঈত বুলি ভাৱেপণ্ডিতমন্য

*যি কণীৰ পৰা জন্মেঅণ্ডজ

*যি ৰণত মতলীয়াৰণমত্ত

*যি বিষ্ণুক পূজা কৰেবৈষ্ণৱ

যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ

*যি শিৱক পূজা কৰেশৈৱ 

*যি শক্তিক পূজা কৰেশাক্ত

*যি শক্তিক উপাসনা কৰে = শাক্ত

*যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া

*যি আনৰ অধীন নহয়স্বাধীন

*যি মাছ-মাংস নাখায়নিৰামিষাহাৰী

*যি অনাই বনাই ঘূৰি ফুৰেযাযাবৰঅঘৰী

*যি মৰোঁ মৰোঁ অৱস্থাত আছেমুমুৰ্ষু

*যি কোনো পক্ষ নলয়নিৰপেক্ষ

*যি কাৰো পক্ষৰ বা ফলীয়া নহয় = নিৰপেক্ষ

*যি পুৰুষৰ ঘৈণীয়েক মৰিছেবৰলা

*যি পুৰুষৰ তিৰোতা মৰিছে = বৰলাবিপত্নীক

*যিয়ে গৰু গাড়ী চলায়গাড়ােৱান

*যি নাৰীৰ স্বামী মৰিছেবিধৱা

*যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা

*যি পূর্বে হােৱা নাছিলঅভূতপূর্ব

*যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰেভিক্ষাৰী

*যি মাছ-মাংস খায়আমিষাহাৰী

*যি অলপতে শুনেশহাকণীয়া

*যি এটা চকুৰে নেদেখে = কণা

*যি এটা চকুৰে নেদেখে = কণা

*যি ৰাতি দেখা নাপায়কুকুৰীকণা

*যি দিনত নেদেখেদিনকণা

*যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ

*যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য 

*যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী 

*যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী

*যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য

*যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি

*যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য-সম্ৰাট 

*যি জলত চৰেজলচৰ

*যিজনে আইন জানেআইনজ্ঞ

*যি শত্ৰুক বধ কৰেশত্রুঘ্ন

*যি জন্মৰেপৰা অন্ধজন্মান্ধ

*যি প্রাণী জল-স্থল উভয়তে চৰেউভচৰ

*যি সম্পূর্ণ দেখা নাপায়অন্ধ

*যি দুটা চকুৰে নেদেখেঅন্ধ

*যি প্রাণী স্থলত চৰেস্থলচৰ

*যি প্ৰাণীৰ ঠেং নাই বা বুকুৰে বগাই ফুৰা প্ৰাণীসৰীসৃপ

*যি অতিশয় দীঘ নহয়নাতিদীর্ঘ

*যি জুইত পুৰি নাখায়অদাহ্য

*যি আনৰ অধীন = পৰাধীন

*যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল

*যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত

*যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত

*যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী

*যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰিয়

*যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয়

*যি ঈশ্বৰক বিশ্বাসী = আস্তিক

*যিয়ে ঈশ্বৰক বিশ্বাস কৰে = আস্তিক

*যি একেলগে পঢ়ে = সহপাঠী

*যি কাম কাজত পাকৈত = কাজী

*যি কাম কৰা উচিত = কৰ্তব্য

*যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ

*যি কথা কোৱা উচিত = বক্তব্যবচনীয়

*যি কথা কোৱা উচিত নহয় = অকথ্য

*যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ

*যি গাঁৱত থাকে = গাঁৱলীয়া

*যি গৰু 'হৰ গাড়ী চলায় = গাড়োৱান

*যি ঘৰত ধান থয় = ভঁৰাল

*যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ

*যি ঠাইলৈ সহজে যাব পাৰি = সুগম

*যি তিৰোতাৰ গিৰিয়েক আছে = সাধৱা

*যি তিৰোতাৰ সন্তান জন্ম নাপায় = বন্ধ্যা (কাঠ-বাঁজী)

*যি আগেয়ে হোৱা নাই = অদ্ভুত্পূৰ্ব 

*যি নিশা চৰে = নিশাচৰ

*যি ৰাতি চৰে = নিশাচৰ

*যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী

*যি বিদেশত থাকে = প্ৰবাসী

*যি ফল কেঁচাও নহয় পকাও নহয় = ডহেচীয়া

*যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন

*যি মাটিৰে নিৰ্মান = মৃন্ময়

*যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা

*যি মিছা কথা কয় = মিছলীয়া

*যি শত্ৰুক বধ কৰে = শত্ৰুঘ্ন

*যি সকলে নাও বায় = নাৱৰীয়া

*যি সঁচা কথা কয় = সত্যবাদী

*যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ

*যি হিচাপমতে নচলে = বেহিচাপী

*যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে = অবিবেচক

*যি ৰাতি ফুলে = ?

*যি বস্তু দিব পৰা নাযায় = ?

*যি জন্ম হয় মৃত্যু বৰণ কৰে = ?

*যি আনলৈ মন দি থাকে = ?

*যি ঠাইত পূজা কৰা হয় = ?

*যি বাহ বেতৰ কাম কৰে = ?


"যাক " শব্দ  এটা শব্দত প্ৰকাশ কৰা সমূহ

যাক আগতে শুনা নাইঅশ্ৰুতপূৰ্ব

যাক ভেদ কৰিব নোৱাৰে = অভেদ্য

যাক গণনা কৰিব নোৱাৰিঅগণন

যাক বধ কৰিব পৰা নাযায় = অবধ্য

যাক বধ কৰিব নোৱাৰি = অবধ্য

যাক বধ কৰা অনুচিত = অবধ্য

যাক শুনিব নোৱাৰিঅশ্ৰাব্য

যাক সকলোৱে জানে=বিখ্যাত

যাক বৰ্ণনা কৰিব নোৱাৰিঅবৰ্ণনীয়

যাক কল্পনা কৰিব নোৱাৰিকল্পনাতীত

যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত

যাক দেখা নাযায়অদৃশ্য

যাক বাৰণ কৰিব নোৱাৰিঅনিবাৰ্য

যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য

যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ 

যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য

যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য 

যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰিঅনিৰ্বচনীয়

যাক দিব পৰা নাযায় = অদেয়

যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ

যাক চুব নোৱাৰি = অস্পৃশ্য

যাক সহজে লঙঘন কৰিব নােৱাৰিঅলঙঘ্য 

যাক সহজে লাভ কৰিব নােৱাৰি বা যাক পাবলৈ টানদুষ্প্রাপ্যদুর্লভ

যাক পৰিহাৰ কৰিব নোৱাৰিঅপৰিহাৰ্য

যাক দমন কৰিব নোৱাৰিঅদমনীয়

যাক দমাব নোৱাৰি = অদমনীয়অদম্য

যাক তুলনা কৰিব নোৱাৰিঅতুলনীয়

যাক সহজে লাভ কৰা যায়সুলভ

যাক সহজে পোৱা যায় = সুলভ

যাক সহজতে লাভ কৰা যায় = সুলভ

যাক কোনেও জয় কৰিব নোৱাৰে = অজয়

যাক ভাগ কৰা হোৱা নাই = অখণ্ডিত

যাক কোনেও নাজানে = অখ্যাতঅজ্ঞাত

 যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ

যাক পাবলৈ টান = দুৰ্লভ

যাক বুজিব পাৰি = বোধগম্য

যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য

যাক সহজে লঙ্ঘন কৰিব নোৱাৰি = অলঙ্ঘ্য

যাক ব্যৱহাৰ কৰিব নােৱাৰিঅব্যৱহার্য

যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্যঅবৰ্জনীয় 


"যাৰ" শব্দ  এটা শব্দত প্ৰকাশ কৰা সমূহ

যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই = নাস্তিক 

যাৰ পুত্র নাইঅপুত্রক

যাৰ নাশ বা ক্ষয় নাই = অচ্যুত

যাৰ জন্ম নাই = অজ

যাৰ দ্বিতীয় নাই = অদ্বিতীয়

যাৰ মৃত্যু নাই = অমৰ

যাৰ মৰণ নাইঅমৰ

যাৰ বিৰুদ্ধে গোচৰ হয় = আচামী

যাৰ দয়া নাইনিৰ্দয়

যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই)= অজাতশত্ৰু

যাৰ শত্ৰু নাই = অজাতশত্ৰু

যাৰ আগত জন্মঅগ্ৰজ

যাৰ আশ্ৰয় নাইনিৰাশ্ৰয়

যাৰ বিয়া হৈছেবিবাহিত

যাৰ বিয়া হোৱা নাই = অবিবাহিত;আবিয়ৈ

যাৰ আদি নাইঅনাদি

যাৰ নাম নাইঅনামী

যাৰ কুল আৰু শীল জনা নাযায়অজ্ঞাতকুলশীল

যাৰ সীমা আছেসসীম 

যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম

যাৰ কোনো নাইঅনাথ

যাৰ দয়া নাইনির্দয়

যাৰ ধাৰ আছেধাৰুৱা

যাৰ অন্ত নাইঅনন্ত

যাৰ কথাৰ লাগ বান্ধ নাইলপাচেলেপু

যাৰ মূৰত চুলি নাইতপামূৰ

যাৰ বিবেচনা শক্তি নাইঅবিবেচক

যাৰ হিচাপ নাইবেহিচাপী

যাৰ আগমন আহ্বান কৰা হয়স্বাগত

যাৰ নাম নাই = অনামা

যাৰ কথাৰ সাঁচ নাই = লগা

যাৰ কোনো প্ৰতিদ্বন্দ্বী নাই = অপ্ৰতিদ্বন্দ্বী

যাৰ অভিজ্ঞতা নাই = অনভিজ্ঞ

যাৰ ওপৰত গোচৰ তৰে = পদকীয়া

যাৰ মাক মৰিছেমাউৰা

যাৰ ধৰ্মত মতি আছেধৰ্মপৰায়ণ

যাৰ ধন আছেধনী

যাৰ মান আছেমানী

যাৰ বিয়া হোৱা নাইআবিয়ৈ

যাৰ জ্ঞান আছেজ্ঞানী

যাৰ ঋণ আছেঋণী

যাৰ একো নাইনিঃস্ব

যাৰ ভয় আছেভয়াতুৰ

যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ

যাৰ সীমা নাই = অসীম

যাৰ সাহস আছে = সাহসী

যাৰ পিছত জন্ম = অনুজ

যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু

যাৰ ঘৰ বাৰী নাই = অঘৰী

যাৰ দুই হাত সমানে চলে = সব্যসাচী

যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃস্মৰণীয় 

যাৰ পিতৃ পৰিচয় নাই = জাৰজ

যাৰ পুত্ৰ নাই = অপুত্ৰক

যাৰ পূৰ্ব জন্মৰ কথা মনত আছে = জাতিস্মৰ

যাৰ মৰো মৰো অৱস্থা = মূমূৰ্ষ

যাৰ মূৰত চুলি নাই = তপা

যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত


''য'ত '' শব্দ  এটা শব্দত প্ৰকাশ কৰা সমূহ

' বহুতো 'ৰা - ছোৱালীয়ে পঢ়ে = পঢ়াশালী

' যাব নোৱাৰি = দুৰ্গম

' কোনো মানুহ নাইনিৰ্জন

' যাব পাৰি = সুগম

' মানুহ বেছি = জন-বহুল

' কোনো মানুহ নাই = জনশূন্য

' কোনো মানুহ নাই = নিৰ্জন


'লৈ যোৱা টানদুৰ্গম

'লৈ যোৱা কষ্টসাধ্য = দুৰ্গম

যোৱাৰ উচিত বা যোগ্য = গন্তব্যগমনীয়

যোৱাৰ উচিত বা যোগ্য = গন্তব্যগমনীয়

যোৱা বছৰৰ আগৰ বছৰতেওজবেলি

যাব বা সোমাব নোৱাৰা = অগম্য


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'ৰ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


ৰাতিপুৱাইস্মৰণ কৰাৰ যোগ্য = প্ৰাতঃস্মৰণীয়

ৰান্ধি খাব পৰা কলৰ পুলি=পচলা 

ৰিপুকজয় কৰে যি = ৰিপুঞ্জয়

ৰৌমাছৰ সৰু = ৰৌমণি

'দত শুকোৱা সৰিয়হৰ শুকানবঁটা = কাঁহুদি

ৰূপেৰেনিৰ্মিত বা চৰোৱা = ৰূপোৱালী

ৰন্ধা-বঢ়া কাম কৰা তিৰােতাৰান্ধনী


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'ল' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


লোককদেখি পাছত যি কৰাযায় = অনুকৰণ

লোককদেখি পাছত যি কৰে= অনুকৰণ

লোককদেখি পিছে পিছে যোৱা= অনুসৰণ

লৰচৰ নকৰা = অচল

লোকৰ পৰাপোৱা নিন্দা = লোকনিন্দা

লোকৰপৰা নিন্দালোকনিন্দা

লোৰসামগ্ৰী তৈয়াৰ কৰা লোক= কমাৰ


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'শ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


মাছৰ সৰু= লঠাৰি

শক্তিকউপাসনা কৰা লোক = শাক্ত

শাকপাচলি কৰা ঠাই = শাকনি

শাৰীৰিকভাৱেঅক্ষম যি = প্ৰতিবন্ধী

শিংনথকা গৰু = লাওমূৰা

শাস্ত্ৰত যি পাৰদৰ্শীশাস্ত্রজ্ঞ

শিৱকউপাসনা কৰা লোক = শৈৱ

শত্ৰুকজয় কৰে যি = শত্ৰুঞ্জয়

শৰৎকালত হোৱা = শাৰদীয়


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'স' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


সকলোকেসমানভাৱে দেখা = সমদৰ্শী

সখিয়েকৰমাক = আমৈ

সাহযাৰ আছে  = সাহসী

সীমানথকা = অসীম

সোণৰূপৰ অলংকাৰ তৈয়াৰ কৰালোক = স্বৰ্ণকাৰ, সোণাৰী

সোণেৰেনিৰ্মিত বা সোণ চৰোৱা= সোণোৱালী

সত্যকথা কোৱা মানুহ = সত্যবাদী

সঁচা কথা কোৱা মানুহসত্যবাদী

হজে যি জীণ যায় = লঘুপাকী

স্বামীথকা তিৰোতা = সধৱা, আয়তী

স্মৰণকৰিবলগীয়া = স্মৰণীয়

স্কুলত পঢ়া 'ৰা ছোৱালী = ছাত্ৰছাত্ৰী

জ্ঞান বা বোধ নথকা = অচৈতন্য

সম্ভ্ৰান্ত আহোম মহিলাক কৰা সম্বোধন = আই চু

সৰগৰ নাচনী = অপেস্বৰাঅপেস্বৰীসন্মুখত ভেটা দি অহা-যোৱা কৰা কাৰ্য = অগা-ডেৱা

সৈন্য থকা ঠাইছাউনী

সামান্য নীলানীলচিয়া

সদায় নঘটা ঘটনা = অঘটন

সাগৰৰ মাজলৈ জোঙা হৈ আগবাঢ়ি যোৱা ভূ-ভাগ = অন্তৰীপ

সন্তোষ নোপোৱা = অতৃপ্ত

সীমাৰ বাহিৰলৈ যোৱা = অতিক্ৰম

সন্তুষ্ট নোহোৱা = অতুষ্ট

সন্তান জন্ম দিয়াৰ ক্ষমতা নথকা তিৰোতা = বাঁজী

স্বামীৰ সৰু ভাইদেওৰ

স্বামীৰ ভনীয়েকননদ

সন্তোষ লগোৱা কাৰ্য = আপ্যায়ন


এটা শব্দত প্ৰকাশ কৰা / One Word Substitutes in Assamese 

এটা শব্দত প্ৰকাশ কৰা assamese medium
এটা শব্দত প্ৰকাশ কৰা 

'হ' বৰ্ণৰ এটা শব্দত প্ৰকাশ কৰা সমূহ তলত দিয়া হল : 


হাতীচৰোৱা লোক = মাউত

হালবোৱা গৰু = বলধ

হঠাতেহোৱা ঘটনা = আকস্মিক

হঠাতে হোৱা যি ঘটনা = আকস্মিক 

হতভাগ্যযাৰ = হতভগা



Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium