All About Mahim Bora And Mahim Bora All Poems Collection || Assamese Medium

All About Mahim Bora And Mahim Bora All Poems Collection মহিম বৰা Mahim Bora All Poems List: পুখুৰী Pukhuri পুখুৰী - মহিম বৰা শেষ জাক বৰষুণ এইমাত্র শেষ হৈ গ ' ল , এতিয়া আবেলি , স্নিগ্ধ দেহ বননিত ছিটিকি জ্বলিল নীলা , সেউজীয়া ফুল - জাৰিঃ উজ্জ্বল , শ্যামল ! ( বন্ধ হ ’ ল মাদলৰ হাত , চাওঁতালী নাচোনৰ জাক হাঁহি হাঁহি ছিটিকি পৰিল পুখুৰীৰ চাৰিও পাৰত ; ...