কবি বিনন্দচন্দ্ৰ বৰুৱাদেৱৰ বিখ্যাত বিপ্লবী কবিতা নজনা বীৰৰ মূৰ ||Assamese most famous poem
কবি বিনন্দচন্দ্ৰ বৰুৱাদেৱৰ বিখ্যাত বিপ্লবী কবিতা নজনা বীৰৰ মূৰ || Assamese most famous poem||old poem নজনা বীৰৰ মূৰ নজনা বীৰৰ মূৰ লুইতৰ পাৰৰ চিলা পৰ্বতৰ দাঁতিত এখনি গাঁও, ভেলেঙীৰ দৰে চকু জুৰি ৰয় যেনিয়ে এবাৰ চাওঁ। সেই গাঁৱতেই আশী বছৰীয়া মৰাণ বুঢ়াৰ ঘৰ, সংসাৰত আছে নাতি এটি মাথোঁ সিয়েই আপােন পুৰ। বুঢ়াৰ মৰম বেথাৰে কলীয়াৰ আঠোটি বছৰ হ’ল এদিন গধূলি ...