All About Mitradev Mahanta And Mitradev Mahanta All Poems Collection || Assamese Medium

All About Mitradev Mahanta And Mitradev Mahanta All Poems Collection মিত্রদেৱ মহন্ত Mitradev Mahanta All Poems List: আমি অসমীয়া ল ' ৰা শিশু আৰু বসন্ত শুলে ভনী শুলে Ami Akhomiya Lora আমি অসমীয়া ল ' ৰা - মিত্রদেৱ মহন্ত আমি অসমীয়া ল ' ৰা , হালো বাওঁ , কোৰো মাৰোঁ কৰোঁ লেখা পঢ়া ॥ আমি অসমীয়া ল ' ৰা , সূতাও কাটো , তাতো বওঁ জানো সজা পৰা ॥ আমি অসমীয়া ল ' ৰা , ভয়ো নাই , ভ্ৰান্তিও নাই নহওঁ পৰি মৰা আমি অসমীয়া ল ' ৰা । ন্যায়ো ৰাখোঁ , দেশো ৰাখোঁ সাহে বুকু ভৰা ॥ H...