Posts

Showing posts from May, 2021

ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary

Image
ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা - All Assamese Poems of Raghunath Choudhary - Assamese literature ৰঘুনাথ চৌধাৰীৰ কবিতা  Assamese Poems of Raghunath Choudhary - Bikhad - বিষাদ - ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা ৰঘুনাথ চৌধাৰীৰ কবিতা বিষাদ পুষ্প-কাননত আছিল এজুপি  ধুনীয়া শেৱালি ফুল,  ধীৰ বতাহত হইছিল ধৰা  গােন্ধতে আমােলমােল।  আকাশী নর্তকী খঞ্জনী অপ্সৰা  বিচিত্র কাচোনে কাচি,  বিহৰ-বিধুৰা প্ৰকৃতিবালাক  দিছিল অমিয়া যাচি।  নিষ্ঠুৰ নিদাঘ আহিল যিদিনা  সকলাে পৰিল জয়,  সৰি গ'ল ফুল উৰি গ'ল পখী  জগত বিষাদময়।  আকৌ এদিন আহিব শৰৎ  হাঁহিব শেৱালি পাহি,  ঠেও ধৰি ধৰি কৰিব নর্তন  খঞ্জনী পখীটি আহি।  হ’ব কুসুমিত কুসুমাভৰণা  কুসুম কাননখনি,  ধীৰ সমীৰণে কুসুমে কুসুমে  দিব পৰিমল সানি,  কিন্তু মােৰ সেই মানস কুসুম  গইছে যিদিনা সৰি,  সৌন্দর্য-পৰাগশূন্য হিয়াখনি  নুঠে আৰু ঠন ধৰি। ***** Assamese Poems of Raghunath choudhary - Phul Sojjya - ফুল শয্যা - ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা ...

The Computer - English essay on Computer

Image
English Essay for school students - The Computer - English essay on Computer - Assamesemedium The Computer Essay Importance of Computer - Uses of computer - Parts of computer - Invention of Computer - Computer essay for school students and college students - HSLC / HS Examination essay - SEBA board - CBSC borad - Short computer essay for examination Assamesemedium THE COMPUTER  English Essay for school students - The Computer - English essay on Computer - Assamesemedium Science and technology has a major role to play in modern life of mankind. It has shown miracles in the world from the days of communications with pigeons, the time has ripen where the information floats. Scientists and technologists have made many achievements in recent past. We have developed methods of communication, calculation, transportation and other domestic appliances. Among all these achievements computer has its own place. The invention of the computer is the result of constant and laborious efforts of th...

বাগদেৱী সৰস্বতী - সৰস্বতী পূজা About Saraswati Puja

Image
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja  বাগদেৱী সৰস্বতী - সৰস্বতী পূজা   বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja  বাগদেৱী সৰস্বতীৰ বিষয়ে বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja  আদিম কালত মানুহে প্রাকৃতিক শক্তিসমূহৰ মাজত আচৰিত গুণ বিচাৰি পাইছিল। তাৰে কিছুমানৰ বাবে তেওঁলােকে আতংকিত হৈছিল আৰু আন কিছুমানৰ বাবে মােহিত হৈছিল। এই দুয়ােটা দিশৰ প্ৰতি উদয় হােৱা মনােভাব প্রকাশৰ বাবে তেওঁলােকে কিছুমান কর্ম কৰিবলৈ লৈছিল। সেইবােৰৰ পৰাই পূজা-সেৱা বা আধ্যাত্মিক মনােভাৱৰ সৃষ্টি । এটা সময়ত এই আধ্যাত্মিক মনােভাৱ প্ৰকাশৰ মাধ্যমসমূহ উৎসৱলৈ পৰিৱর্তিত হ'ল। সময়ৰ পৰিৱর্তনে ইয়াত সহায় কৰিলে। মানুহে বিভিন্ন দেৱ-দেৱীৰ কল্পনা কৰি তেওঁলােকক আৰাধনাৰ বাবে কিছুমান বিশেষ দিন আৰুৰীতি-নীতি বাছি ল'লে। তেনেদৰেই প্রচলিত হােৱা এটা উৎসৱহ’ল সৰস্বতী পূজা। সৰস্বত...

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা Television Essay in Assamese

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ -  Television Essay in Assamese for HSLC, HS students টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students টেলিভিছন বা দূৰদৰ্শন - আৰম্ভণি টেলিভিছন বা দূৰদৰ্শন - আৱিষ্কাৰৰ ৰহস্য টেলিভিছন বা দূৰদৰ্শন - আবিষ্কাৰক আৰু সর্বভাৰতীয় অনুষ্ঠানৰ প্ৰচাৰ  টেলিভিছন বা দূৰদৰ্শন - উপকাৰিতা  টেলিভিছনৰ বা দূৰদৰ্শন - অপকাৰিতা  টেলিভিছন বা দূৰদৰ্শন - সামৰণি  টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students টেলিভিছন বা দূৰদৰ্শন - আৰম্ভণি ৰহস্যময় প্রকৃতিক হাতৰ মুঠিলৈ আনি বিজ্ঞানে সৃষ্টি কৰিছে ইটোৰ পিছত সিটো সামগ্রী। যি প্রকৃতি মানুহৰ বাবে অতি দুৰূহ আছিল যাক ভেদ কৰাটো অতি টান কাম আছিল, বিজ্ঞানৰ প্ৰভাৱত সি হৈ পৰিছে সহজলভ্য। জল, স্থল আৰু আকাশ সকলােতে চলিছে বিজ্ঞানৰ জয় যাত্রা। বিজ্ঞানৰ এই জয় যাত্ৰাৰ অন্যতম অৱদান টেলিভিছন।  টেলিভিছ...