Posts

Showing posts from August, 2022

ইংৰাজী ব্যাকৰণৰ "Pronoun(সর্বনাম)" কি আৰু "Pronoun(সর্বনাম)"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত

Image
English Grammar Pronoun and Different Types of Pronoun In Assamese Pronoun What Is Pronoun ? What Is the Defination of Pronoun? যিবোৰ শব্দ আমি নামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰো । সেইবোৰকেই Pronoun বা সর্বনাম বোলে ।   যেনেকৈঃ He, She, We ইত্যাদি । Pronoun এ সকলো সময়তে Noun ক প্রতিস্থাপন বা পৰিৱৰ্তিত কৰে । (The word which we use instead of Noun is called Pronoun. A pronoun always replaces a noun.) উদাহৰণস্বৰূপে  (Example): Amar is a good boy. He goes to school every day. We should take care of our children. উপৰোক্ত উল্লেখিত উদাহৰণ তিনিটাত দেখা যায় যে ,

ইংৰাজী ব্যাকৰণৰ "Noun (বিশেষ্য)" কি আৰু "Noun (বিশেষ্য)"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত

Image
English Grammar Noun and Different Types of Noun In Assamese   Noun What Is Noun ? What Is the Defination of Noun? যি  word  ৰ   দ্বাৰা   কোনো   বস্তুৰ   নাম   প্ৰকাশ   কৰা   হয়   তাক  noun ( বিশেষ্য )  বোলে । আমাৰ   চাৰিওফালে   দেখিবলৈ   পোৱা   সকলো   বস্তুৰ   নামকেই  noun  বোলে । Noun  ৰ   দ্বাৰা   কোনো   ব্যক্তি ,  বস্তু ,  প্রাণী ,  স্থান ,  ঘটনা   ইত্যাদিৰ   নাম   বুজায় । (Noun refers to any kind of name. Means, whatever we are seeing and watching around us is noun. Nouns are used to name persons, things, animals, events, places, ideas etc.) উদাহৰণ  (Example): Raju does not like to go to school. এই   বাক্যত  Raju  এজন   ব্যক্তিৰ   নাম । India is a democratic country. -  ইয়াত  India  এখন   দেশৰ   নাম । Diamond is very valuable. - Diamond  এট   বস্তু...

ইংৰাজী ব্যাকৰণৰ "Adjective" কি আৰু "Adjective"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত

Image
English Grammar Adjective and Different Types of Adjective In Assamese  Adjective What Is Adjective ? What Is the Defination of Adjective? যিবোৰ শব্দ দ্বাৰা কোনো Noun ( বিশেষ্য ) বা Pronoun ( সর্বনাম ) ৰ দোষ , গুণ , সংখ্যা , পৰিমাণ , অৱস্থা ইত্যাদি প্ৰকাশ কৰা হয় সেইবোৰকেই Adjective বা বিশেষণ পদ বোলা হয় । Adjective এ Noun ( বিশেষ্য ) বা Pronoun ( সর্বনাম ) ক বর্ণনা কৰে ।   (Adjectives qualify only Noun and Pronoun. It specifies the quality, number, and size of noun or pronoun. Simply, it describes nouns or pronouns.) উদাহৰণস্বৰূপেঃ (Example): a) Salma is a beautiful girl.   ইয়াত Noun ৰ গুণ বুজাইছে । b) He has three red pens.  ইয়াত Pronoun ৰ সংখ্যা বুজাইছে । c) Ramesh is ill.  ইয়াত Noun ৰ অৱস্থা বুজাইছে ।   What Are the Degrees of Adjectives? Adjective ৰ তিনিটা মাত্রা / ডিগ্রী আছে ।  সেইবোৰ হ ' ল : (There are 3 Degrees of Adjectives, these are:) A Positive Adjective A Comparative Adjective A Su...

ইংৰাজী ব্যাকৰণৰ "Verb" কি আৰু "Verb"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত

Image
English Grammar Verb and Different Types of Verb In Assamese  Verb What Is Verb ? What Is the Defination of Verb ? যি শব্দ বা শব্দ মিশ্ৰণৰ দ্বাৰা কোনো প্ৰকাৰৰ কাম কৰা / হোৱা বুজায় তাকেই Verb বোলে । ( যেনেকৈঃ go, eat, sleep, buy, sell, walk, run, see, play, write, give ইত্যাদি । ) Verb হৈছে কথনৰ এটা প্রয়োজনীয় অংগ । Verb অবিহনে কোনো sentence গঠন কৰা সম্ভৱ নহয় । ই একোটা শাৰীৰিক বা মানসিক ক্রিয়া দেখুৱায় । (A verb is a word or a combination of words that indicates action or a state of being or condition.) (The verb is an important part of speech. Without the verb, no sentence can be formed. It shows a physical or mental action.) উদাহৰণস্বৰূপেঃ (Example:) • We eat rice. * বাক্যটোত eat হৈছে verb. • He plays Pubg. * বাক্যটোত play হৈছে verb.   • She gave me a pen. * বাক্যটোত gave হৈছে verb.   Classification and Different  Types of Verb ইংৰাজীত বিভিন্ন ধৰণৰ ক্ৰিয়া (verbs) আছে । তলত কিছু আলোচ...