অসমীয়া বুৰঞ্জী- Assamese History-GK General Knowledge


অসমীয়া বুৰঞ্জী- Assamese History-GK General Knowledge

অসমীয়া বুৰঞ্জী- Assamese History-GK General Knowledge
অসমীয়া বুৰঞ্জী





প্ৰশ্ন: আহোম প্রথামতে সমাধা হোৱা বিয়াক কি বুলি কোৱা হয়? 
উত্তৰ: চকলং প্রথা


প্ৰশ্ন: কোন আহোম ৰজাক  ভগনীয়া ৰজা কোৱা হয়? 
উত্তৰ: জয়ধ্বজ সিংহ


প্ৰশ্ন: কাৰ দিনত লতাকটা ৰণ হৈছিল? 
উত্তৰ:  ৰাজেশ্বৰ সিংহ


প্ৰশ্ন: অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? 
উত্তৰ:   শিৱসাগৰৰ শিৱদ'ল


প্ৰশ্ন: চৈয়দ ছাহ মিলান কোন আছিল? 
উত্তৰ: আজান ফকীৰ নামৰ এজন চুফি ধৰ্ম সংস্কাৰক


প্ৰশ্ন: আহোমৰ সৈতে মোগলৰ শেষ ৰণ কেতিয়া হৈছিল? 
উত্তৰ: গদাধৰ সিংহৰ দিনত ১৬৮১ চনত, ইটাখুলিত


প্ৰশ্ন: অসমত নামঘৰৰ প্ৰবৰ্তক কোন? 
উত্তৰ:  শ্রীশংকৰদেৱ


প্ৰশ্ন: খোৰাৰজা কাক কোৱা হৈছিল? 
উত্তৰ:  আহোম স্বৰ্গদেউ চুখাম্ফাক


প্ৰশ্ন: ধোদৰ আলি কাৰ দিনত বন্ধা হয়? 
উত্তৰ:  গদাধৰ সিংহৰ দিনত


প্ৰশ্ন: বদন বৰফুকনক কোনে হত্যা কৰিছিল? 
উত্তৰ:  ৰং সিং চুবেদাৰে


প্ৰশ্ন:  ভগদত্তৰ ঘোঁৰাটোৰ নাম কি আছিল? 
উত্তৰ:  ঐৰাৱত


প্ৰশ্ন:  তেজপুৰৰ পদুম পুখুৰী টো কোন ৰজাৰ দিনত খন্দা হৈছিল? 
উত্তৰ:বনমালা বৰ্মন


প্ৰশ্ন:  কোন মোগল সেনাপতিয়ে কোন চনত প্রথম অসম আক্রমণ কৰিছিল? 
উত্তৰ:১৬১৫ চনত, চৈয়দ আবু বকৰ 


প্ৰশ্ন:  আহোমৰ শেষ ৰজা কোন? 
উত্তৰ: চন্দ্র কান্ত সিংহ

 
প্ৰশ্ন: কোন আহোম ৰজাই বিহুগীতক ৰাজকীয় সন্মান দিছিল? 
উত্তৰ:মহাৰাজ ৰুদ্ৰ সিংহই


প্ৰশ্ন:  গুৱাহাটীৰ উমানন্দ মন্দিৰ কাৰ দিনত সজোৱা হয়? 
উত্তৰ: গদাধৰ সিংহৰ দিনত, ১৬৯৪ চনত


প্ৰশ্ন:গুৱাহাটীৰ নৱগ্ৰহ দেৱালয় কোন আহোম ৰজাৰ দিনত সজোৱা হৈছিল? 
উত্তৰ: ৰাজেশ্বৰ সিংহৰ দিনত


প্ৰশ্ন:কোন আহোম স্বৰ্গদেউক মোৱামৰীয়া সকলে জয়দ'লত বন্দী কৰি থৈছিল? 
উত্তৰ:লক্ষ্মী সিংহক


প্ৰশ্ন:  অসমৰ মাটিৰ জৰীপ সৰ্বপ্ৰথম কোনে কৰে? 
উত্তৰ: গদাধৰ সিংহই


প্ৰশ্ন: বিখ্যাত নামদাং দলংখন কাৰ দিনত সজোৱা হৈছিল? 
উত্তৰ: ৰুদ্ৰ সিংহৰ দিনত


প্ৰশ্ন:  কোন আহোম কুঁৱৰীয়ে মহন্ত সকলক বলিৰ তেজেৰে ফোঁট দিছিল? 
উত্তৰ:  ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে


Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium