মাটি বা ফ্লেট সংকান্তীয় বিষয় অসমীয়াত Details of Buying Land or Flat

মাটি বা ফ্লেট কিনিব বিচাৰিছে নেকি? যদিহে বিচাৰিছে তেন্তে তলৰ কেইটামান কথাত ধ্যান দিব- Do You Want To Buy Land or Flat

মাটি বা ফ্লেট সংকান্তীয় বিষয় do you want to buy land or flat_Assamese

মাটি বা ফ্লেট সংকান্তীয় বিষয়


-মাটি আৰু ছাইন প্লেন সম্পৰ্কে ভালকৈ বহল ভাৱে জানি লব। 

-এচেছমেণ্টৰ কাগজ চাই লব। 


-মাটি কিনি ঘৰ সাজিলে মাটি পৰীক্ষা কৰি লোৱা উচিত। 


-ফ্লেট সজাৰ বাবে উপযুক্ত আচবাব আদিবোৰ ঠিকমতে দিছে নে নাই, সেইয়াও খুটি নাটি চোৱা উচিত। 


-প্রমটাৰৰ পৰা ফ্লেট কিনিলে মাটিৰ মালিকৰ সৈতে যাৱতীয় যুক্তিৰ কাগজপত্র বোৰ চাই লব। 


-মাটিৰ অন্য কোনো দাবীদাৰ বা ঋণদাৰ আছে নেকি সেই সম্পর্কে ভালকৈ জনাটো বহুত প্রয়োজন। 


-প্রমটাৰে কোনো দায়িত্বশীল সংস্থাৰ পৰা নিৰ্মাণ সংক্রান্তীয় অনুমতি পত্র লৈছে নে নাই, এই ক্ষেত্রত ধ্যান দিব। 


-প্রমটাৰৰ পৰা ফ্লেট কিনিলে ফ্লেটটো নিজৰ নামত কৰিবলৈ নাপাহৰিব। 


-নিজস্ব আইনজীবীৰ সহায়ত মাটিৰ দলিল আৰু সেই সম্পর্কীয় বিষয় বোৰ জানি লব। 


-মাটি বিক্রেতাই হোল্ডিং টেক্স দিছে নে নাই কাগজপত্র বোৰ চাই লব। 


-ফ্লেট সজাৰ সময়ত প্রমটাৰে ক্রেতাৰ উচিত প্লেন অনুযায়ী সাজিছেনে নাই এই বিষয়ে চোৱাটো প্রয়োজন। 


-প্রমটাৰৰ চৰকাৰী আবাহন দপ্তৰৰ অনুমতি আছে নে নাই নিশ্চিত হৈ লব। 


Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium