সাধাৰণ জ্ঞানৰ কেইটামান প্রশ্ন আৰু উত্তৰ GK in Assamese
সাধাৰণ জ্ঞানৰ কেইটামান প্রশ্ন আৰু তাৰ উত্তৰ অসমীয়া ভাষাত General Knowledge question and answer in Assamese language
![]()  | 
| সাধাৰণ জ্ঞান | 
ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? 
= ইং ১৯২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত, ইংৰাজ আৰু মানৰ মাজত। 
নীল নদীৰ পাৰত গঢ় লোৱা প্ৰাচীন সভ্যতাটোৰ নাম কি? 
= মিচৰীয়া সভ্যতা। 
জৈন ধৰ্মৰ প্রৱৰ্তক কোন? 
= মহাবীৰ। 
জাতকমালাত কাৰ জন্ম কাহিনী আছে? 
= গৌতম বুদ্ধৰ
এলাহাবাদ প্ৰশস্তিৰ ৰচক কোন? 
= হৰিসেন। 
ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা কোন? 
= ৰাজা ৰামমোহন ৰায়। 
আৰ্যসমাজৰ প্ৰতিষ্ঠাতা কোন? 
= স্বামী দয়ানন্দ সৰস্বতী। 
ইচলাম ধৰ্মৰ প্ৰৱৰ্তক কোন? 
= হজৰত মহম্মদ। 
খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক কোন? 
= যীশু খ্রীষ্ট
শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? 
= গুৰুনানক। 
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন? 
= এলান অক্টোভিয়ান হিউম।
পাৰ্চীসকল কিহৰ উপাসক? 
= অগ্নিৰ। 
পাৰ্চীসকলে ঈশ্বৰক কি বোলে? 
= অহুৰ  মাজদা। 
শিখসকলৰ শেষ গুৰু কোন? 
= গুৰু গোবিন্দ সিংহ। 
চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়া ভাৰতীয় মহিলা গৰাকী কোন আছিল? 
= ঝাণ্সীৰ ৰাণী লক্ষ্মীবাঈ। 

Comments
Post a Comment