100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium
- Get link
- X
- Other Apps
100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium
a
অ
অধীন | মুক্ত, স্বাধীন |
অতিবৃষ্টি | অনাবৃষ্টি |
অলপ | বেছি |
অমৃত | গৰল |
অভ্যাস | অনভ্যাস |
অভাৱ | উভৈনদী |
অনুৰাগ | বিৰাগ |
অনুকূল | প্ৰতিকূল |
অধম | উত্তম |
আ
আকাশ | পাতাল |
আকাৰ | নিৰাকাৰ |
আচল | নকল |
আচাৰ | আকাশ |
আগ | পাছ |
আপদ | বিপদ |
আপোন | পৰ |
আধুনিক | প্ৰাচীন |
আন্ধাৰ | পোহৰ |
আনন্দ | বিষাদ |
আৱাহন | বিসৰ্জন |
আনন্দ | বিষাদ, নিৰানন্দ |
আহাৰ | অনাহাৰ |
আৰম্ভ | সমাপ্ত |
আশা | নিৰাশা |
আশীৰ্বাদ | অভিশাপ |
অগমন | প্ৰত্যাগমন |
আগ | পাছ |
আচাৰ | অনাচাৰ |
অভ্যাস | অনভ্যাস |
আয় | ব্যয় |
আয়তী | বিধবা |
আস্থা | অনাস্থা |
আস্তিক | নাস্তিক |
আদি | অন্ত |
আপোচ | বিৰোধ |
আকৰ্ষণ | বিকৰ্ষণ |
আৰোহন | অৱৰোহন |
আৱশ্যক | অনাৱশ্যক |
ই
ইচ্ছা | অনিচ্ছা | |
ইয়াত | তাত | |
ইহলোক | পৰলোক | |
ইহজন্ম | পৰজন্ম |
উ
উচ্চ | নীচ |
উত্তম | অধম |
উত্তৰ | প্ৰশ্ন, প্ৰত্যুত্তৰ |
উন্নতি | অৱনতি |
উথ্থান | পতন |
উপকাৰ | অপকাৰ |
উত্তীৰ্ণ | অনুত্তীৰ্ণ |
উপযুক্ত | অনুপযুক্ত |
উদয় | অস্ত |
উৰ্বৰ | অনুৰ্বৰ |
উপস্থিত | অনুপস্থিত |
উন্নত | অনুন্নত |
উৎসাহ | নিৰুৎসাহ |
ঊ
ঊৰ্ধ্ব | অধ: |
ও
ওখ | চাপৰ |
ওচৰত | দূৰত |
ওপৰত | তলত |
ক
ক’লা | বগা |
কঠিন | কোমল |
কপট | অকপট |
কনিষ্ঠ | জ্যেষ্ঠ |
কুটিল | সৰল |
কৃত্ৰিম | অকৃত্ৰিম |
খ
খাদ্য | অখাদ্য |
খাল | বাম |
খীন | শকত |
খোলা | বন্ধ |
গ
গুণ | দোষ |
গুৰু | শিষ্য |
গধুৰ | পাতল |
গহীন | চঞ্চল |
গমন | আগমন |
গাঁও | নগৰ |
গোপন | প্ৰকাশ |
ঘ
ঘৰচীয়া | বনৰীয়া |
ঘাত | প্ৰতিঘাত |
চ
চেঁচা | গৰম |
চেতন | অচেতন |
চিনাকি | অচিনাকি |
চহকী | দুখীয়া |
চঞ্চল | স্থিৰ |
জ
জটিল | সৰল |
জনা | নজনা |
জয় | পৰাজয় |
জন্ম | মৃত্যু |
জাৰ | জহ |
জীৱন | মৰণ |
জ্ঞানী | অজ্ঞানী |
ট
টোপনি | উজাগৰ |
ড
ডাঠ | পাতল |
ডেকা | বুঢ়া |
ডাঙৰ | সৰু |
ত
তৰুণ | বৃদ্ধ |
তিৰস্কাৰ | পুৰস্কাৰ |
তপত | চেঁচা |
তাপ | শীতল |
দ
দান | প্ৰতিদান |
দৃশ্য | অদৃশ্য |
দিন | ৰাতি |
দক্ষিণ | বাওঁ, উত্তৰ |
দয়ালু | নিষ্ঠুৰ |
দাতা | কৃপণ |
দীৰ্ঘ | হ্ৰস্ব |
দীঘল | চুটি |
দীঘ | বাণি |
দেৱতা | অসুৰ |
দ্ৰুত | মন্থৰ |
ধ
ধনী | দুখীয়া |
ধৰ্ম | অধৰ্ম |
ধাৰ্মিক | অধাৰ্মিক |
ন
নতুন | পুৰণি |
নিৰ্ভীক | ভীৰু |
নিৰ্মল | মলিন |
নিৰাকাৰ | সাকাৰ |
নিৰাপদ | বিপদজনক |
নিৰ্দোষী | দোষী |
নিত্য | অনিত্য |
ন্যায় | অন্যায় |
প
পণ্ডিত | মূৰ্খ |
পৰিশ্ৰমী | এলেহুৱা |
পৰিস্কাৰ | অপৰিস্কাৰ |
পবিত্ৰ | অপবিত্ৰ |
পুণ্য | পাপ |
পৰিমিত | অপৰিমিত |
প্ৰভু | ভৃত্য |
পুৱা | গধূলি |
পূৱ | পশ্চিম |
প্ৰাচ্য | পাশ্চাত্য |
প্ৰাচীন | অৰ্বাচীন, নবীন |
প্ৰবেশ | প্ৰস্থান |
প্ৰবৃত্তি | নিবৃত্তি |
প্ৰকৃত | কাল্পনিক |
প্ৰতেক্ষ | পৰোক্ষ |
প্ৰশ্ন | উত্তৰ |
প্ৰকাশ | অপ্ৰকাশ , গোপন |
প্ৰেৰণা | নিৰুৎসাহ |
ব
বিধি | নিষেধ |
বাদী | বিবাদী, প্ৰতিবাদী |
ব্যৰ্থ | সাৰ্থক |
বন্ধু | শত্ৰু |
বাদ | প্ৰতিবাদ |
বিষ | অমৃত |
বিস্তৃত | সংক্ষিপ্ত |
বিনীত | গৰ্বিত |
বগা | ক’লা |
বিশ্বাসী | বিশ্বাসঘাতক |
বিদ্যা | অবিদ্যা |
বিৰহ | মিলন |
বিনয় | গৰ্ব |
বৈধ | অবৈধ |
ভ
ভাল | বেয়া |
ভক্তি | ঘৃণা |
ম
মান | অপমান |
মানুহ | পিশাচ, পশু |
মিলন | বিৰহ |
মিত্ৰ | শত্ৰু |
মুখ্য | গৌণ |
মিঠা | তিতা |
মৃদু | তীব্ৰ |
য
যত্ন | অযত্ন, আওকাণ |
যশ | অপযশ |
যোগ | বিয়োগ |
ৰ
ৰূদ্ধ | মুক্ত |
ৰজা | প্ৰজা |
ৰোগী | নিৰোগী |
ল
লঘু | গুৰু |
লাভ | লোকচান, ক্ষতি |
লোভ | উদাস, নিৰ্লোভ |
শ
শীত | গ্ৰীষ্ম |
শুকান | তিতা |
শোক | আনন্দ |
শিষ্ট | অশিষ্ট |
শুভ | অশুভ |
স
স্থূল | সূক্ষ্ম |
সভ্য | অসভ্য |
সহ্য | অসহ্য |
সৎ | অসৎ |
সহযোগ | অসহযোগ |
সঁচা | মিছা |
সুখ্যাত | কুখ্যাত, অখ্যাত |
সুখ্যাতি | কুখ্যাতি, অখ্যাতি |
স্বাধীন | পৰাধীন |
সৰল | জটিল |
সাধু | অসাধু |
সজীৱ | নিৰ্জীৱ |
সশ্ৰম | বিনাশ্ৰম |
সঞ্চয় | অপচয় |
সন্মান | অসন্মান |
সধৱা | বিধৱা |
সদয় | নিৰ্দয় |
সংযোগ | বিয়োগ |
স্পষ্ট | অস্পষ্ট |
স্বৰ্গ | নৰক, মৰ্ত |
স্থাৱৰ | অস্থাৱৰ |
সুলভ | দুৰ্লভ |
সুশ্ৰী | কুশ্ৰী, বিশ্ৰী |
সুগন্ধ | দুৰ্গন্ধ |
সৃষ্টি | প্ৰলয়, ধ্বংস |
স্থিৰ | অস্থিৰ |
হ
হৰ্ষ | বিষাদ |
হ্ৰাস | বৃদ্ধি |
হৰণ | পূৰণ |
হিংসা | অহিংসা |
ক্ষ
ক্ষুদ্ৰ | বৃহৎ |
ক্ষমা | প্ৰতিশোধ |
ক্ষয় | বৃদ্ধি |
- Get link
- X
- Other Apps
Comments
Post a Comment