বিশিষ্ট অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসমূহ- Famous Writer and Poet with thier Title
অসমত কোনজন বিশিষ্ট অসমীয়াক কি বুলি মতা হয়? জনপ্রিয় বৰণীয় ব্যক্তি তথা অসমীয়া কবি আৰু সাহিত্যকৰ ভিন্ন উপাধিসমূহ- Famous Writer and Poet with thier Title
![]() |
বিশিষ্ট ব্যক্তিৰ উপাধি সমূহ |
ভাঙনি কেঁৱৰ = আনন্দ চন্দ্ৰ আগৰৱালা
পাপৰিৰ কবি = গণেশ গগৈ
প্রতিমাৰ খনিকৰ = চন্দ্ৰকুমাৰ আগৰৱালা
লােকনায়ক = অমিয় কুমাৰ দাস
লােকপ্রিয় = গােপীনাথ বৰদলৈ
লােক বন্ধু = ডা° ভুবনেশ্বৰ বৰুৱা
শেৱালি কবি = ৰত্নকান্ত বৰকাকতি
নিজৰাৰ কবি = শৈলধৰ ৰাজখােৱা
জ্ঞানমালিনীৰ কবি = মফিজুদ্দিন আহমদ হাজৰিকা
প্রাচ্য পণ্ডিত = কৃষ্ণকান্ত সন্দিকৈ
বনকেঁৱৰ = আনন্দিৰাম দাস
নটসূর্য = ফণী শৰ্মা
সংগীত সূর্য = ড° ভূপেন হাজৰিকা
সিংহপুৰুষ = ৰাধাগােবিন্দ বৰুৱা
অগ্নিকবি = কমলাকান্ত ভট্টাচার্য
অসম কেশৰী = অম্বিকাগিৰী ৰায়চৌধুৰী
অতিন্দ্রিয়বাদী কবি = নলিনীবালা দেৱী
অসম গৌৰৱ = হেম বৰুৱা
উপন্যাস সম্রাট = ৰজনীকান্ত বৰদলৈ
কর্মবীৰ = নবীনচন্দ্ৰ বৰদলৈ
কলাগুৰু = বিষ্ণুপ্ৰসাদ ৰাভা
গীতিকবি = পার্বতী প্রসাদ বৰুৱা
ত্যাগবীৰ = হেমচন্দ্ৰ বৰুৱা
দেশভক্ত = তৰুণৰাম ফুকন
দেশপ্রাণ = লক্ষ্মীধৰ শৰ্মা
ধ্বনি কবি = বিনন্দ চন্দ্র বৰুৱা
বনফুলৰ কবি = যতীন্দ্রনাথ দুৱৰা
বিতোপন কবি: অতুল চন্দ্র হাজৰিকা
বকুলবনৰ কবি = আনন্দ চন্দ্র বৰুৱা
বিহগী কবি = ৰঘুনাথ চৌধাৰী
বিপ্লৱী কবি = প্রসন্নলাল চৌধুৰী
বাগ্মীবৰ = নীলমণি ফুকন
ৰূপকোঁৱৰ = জ্যোতিপ্ৰসাদ আগৰৱালা
ৰসৰাজ, সাহিত্যৰথী = লক্ষ্মীনাথ বেজবৰুৱা
অসমীয়া ব্যাস: ৰামসৰস্বতী
অপ্ৰমাদী কবি: মাধৱ কন্দলী
লোকপ্ৰাণ: মণিৰাম বৰা
Comments
Post a Comment