সাধাৰণ জ্ঞানৰ জানিবলগীয়া বহু প্রশ্ন- উত্তৰ|| কুইজ|| Quiz in Assamese language

সাধাৰণ জ্ঞানৰ জানিবলগীয়া বহু প্রশ্ন- উত্তৰ|| কুইজ|| Quiz in Assamese language||Assamese Medium



সাধাৰণ জ্ঞানৰ জানিবলগীয়া বহু প্রশ্ন- উত্তৰ|| কুইজ|| Quiz in Assamese language






১ প্রঃ। পৃথিৱী কিমান বেগেৰে ঘূৰি আছে? 

উঃ ঘন্টাত ১,০৭,৯৩৫ কিঃমিঃ বেগত ঘূৰি আছে। 


২ প্রঃ। টুথপেষ্টৰ আৱিষ্কাৰক কোন? 

উঃ উইলিয়াম এডিছ। কাৰাবাসত থকা কালতেই তেওঁ আৱিষ্কাৰ কৰিছিল। 


৩ প্রঃ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কি? 

উঃ ৰাফলেছিয়া। 


৪ প্রঃ। দূৰদৰ্শনৰ প্ৰাৰম্ভিক আবহ সংগীতৰ স্রষ্টা কোন? 

উঃ পণ্ডিত ৰবিশংকৰ। 


৫ প্রঃ। হাৰমােনিয়াম কোনে আৱিষ্কাৰ কৰে? 

উঃ ১৮১৮ খ্রীঃত ভিয়েনাব এন্টন হেকেন নামৰ এজন লােকে ‘ফিল হাৰমনিকা' নামৰ এটি বাদ্যযন্ত্র তৈয়াৰ কৰে। পাছত ফ্ৰান্সৰ দ্যাবে নামৰ জেন লােকে ১৮৪০ চনত হাৰমােনিকাৰ নতুন ৰূপ দি বৰ্তমানৰ 'হাৰমনিয়াম’ তৈয়াৰ কৰে। 


৬ প্রঃ। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰে? 

উঃ চার্লচ্ বেবেজ। 


৭ প্রঃ। S.T.D., I.S.D আৰু FAXঅৰ সম্পূর্ণ নাম কি কি? 

উঃ S.T.D—Subscribers Trunk Dialling, 

I.S.D—International Subscribers Dialling, FAX--Facility of Automated Xerox. 


৮ প্রঃ। Ice Creamৰ আৱিষ্কাৰ কেতিয়া হয়?

উঃ ১৬৬০ খ্রীঃত, ফ্রান্সত। 


৯ প্রঃ। কোন ৰজাৰ ৰাজত্বকাল আছিল আটাইতকৈ কম? 

উঃ শ্রীলঙ্কাৰ বিক্রমবাহু। অভিষেকৰ মাত্র দুঘণ্টাৰ পাছতেই তেওঁৰ মৃত্যু হয়। 


১০ প্রঃ। কোনসকল লোক ‘মেগি’ নামেৰে পৰিচিত আছিল? 

উঃ যীশুখ্রীষ্টৰ জন্মৰ সময়ত যি তিনিজন বিদেশীয়ে নৱজাতকক আশীর্বাদ দিবলৈ আহিছিল, তেওঁলােক মেগি নামেৰে পৰিচিত আছিল। 



১১ প্রঃ। বিশ্ববেংক কেতিয়া প্রতিষ্ঠিত হয়? 

উঃ ১৯৪৬ চনত। 


১২ প্রঃ। সূৰ্যৰ পােহৰ পৃথিৱীলৈ আহোঁতে কিমান সময় লাগে? 

উঃ ৮ মিঃ ১২ চেকেণ্ড। 


১৩ প্রঃ। পৃথিৱীত আটাইতকৈ পুৰণি জীৱ কি? 

উঃ- আৰছুলা। 


১৪ প্রঃ। কোন ধাতু আটাইতকৈ পাতল? 

উঃ লেথিয়াম। 


১৫ প্রঃ। কোন মৌলিক গেছ আটাইতকৈ গধুৰ? 

উঃ ৰেডন গেছ। 


১৬ প্রঃ। D.N.A মানে কি? 

উঃ ডি-অক্সি ৰাইবাে নিউক্লিক এচিড। 


১৭ প্রঃ। চেকাৰিণ কথাটোৰ অর্থ কি? 

উঃ আলকতৰাৰ পৰা পােৱা জৈব যৌগ 'টলুইন’ য়েই হ’ল চেকাৰিণৰ উৎস। 


১৮ প্রঃ। 'ভিটামিন-চি’ৰ অভাৱত কি ৰােগ হ'ব পাৰে? 

উঃ স্কার্ভি ৰােগ। 


১৯ প্রঃ। ভাইৰাচঘটিত ৰােগ কোনবােৰ? 

উঃ বসন্ত, পলিঅ’, ডেঙ্গো আদি ৰােগ। 


২০ প্রঃ। উতলা গৰম পানী আৰু চেঁচা পানীৰ ভিতৰত কোনবিধ পানী জুই নুমাবৰ চাৰণে উৎকৃষ্ট? 

উঃ উতলা গৰম পানী। 


২১ প্রঃ। কোন ঋতুত শব্দই বায়ুৰ মাধ্যমত দ্রুতগতিৰে যায় ? 

উঃ গ্রীষ্ম ঋতুত। 


২২ প্রঃ। F.R.C.S মানে কি? 

উঃ Fellow of the Royal College of Surgeon. 


২৩ প্রঃ। কলাৰ ব’ন (Color Bone) ৰ বৈজ্ঞানিক নাম কি? 

উঃ Clavicle


২৪ প্রঃ। আঁঠুৰ হাড় (Knee Bone)-ৰ বৈজ্ঞানিক নাম কি? 

উঃ Patella


২৫ প্রঃ। উৰুৰ (Thigh Bone) হাড়ৰ বৈজ্ঞানিক নাম কি? 

উঃ Femur


২৬ প্রঃ। ঘূর্ণি বতাহৰ গতিবেগ কিমান?

উঃ ৫ টা মান হাইড্রোজেন বোমাৰ শক্তিৰ সমান। 


২৭ প্রঃ। কোন বিজ্ঞানীয়ে দুবাৰকৈ নােবেল পুৰস্কাৰ লাভ কৰে? 

উঃ ফৰাচী মহিলা বিজ্ঞানী মাদাম কুৰী। 


২৮ প্রঃ। কোন ইংৰাজী বাক্যত A to Z লৈকে আটাইবােৰ আখৰ যুক্ত আছে? 

উঃ A quick brown fox jumps over the lazy dog


২৯ প্রঃ। কার্ডিঅ’গ্রাম (Cardiogram) কি? 

উঃ হৃৎস্পন্দনৰ গতি পৰিমাপৰ কাৰণে ব্যৱহাৰ কৰাৰ যন্ত্র। 


৩০ প্রঃ। কোনজন সাধাৰণ ঠিকাদাৰ ভাৰতৰ প্ৰধানমন্ত্রী হৈছিল ? 

উঃ এইচ. ডি. দেৱগৌড়া। 


৩১ প্রঃ। কোন লেখকে এন্ধাৰ ঘৰৰ বাহিৰে আন কতাে লিখিব পৰা নাছিল ? 

উঃ ফৰাছী লেখক এমিল জোলা। 


৩২ প্রঃ। কোনজন লেখকে যিমান বাৰেই লেখিবলৈ বহে, প্রতিবাৰেই একোটাকৈ নতুন কলম ব্যৱহাৰ কৰে? 

উঃ আলেকজেণ্ডাৰ ডুমা। 


৩৩ প্রঃ। কোনজন কবিয়ে প্রত্যেকটো কবিতা লেখাৰ আগে আগে প্রতিবাৰতে একোটাকৈ বগা চোলা পিন্ধি লৈছিল? 

উঃ বিখ্যাত কবি শেলী। 


৩৪ প্রঃ। কেৰাটে শব্দৰ অর্থ কি? 

উঃ খালি হাত (Empty hand)। 


৩৫ প্রঃ। AIDS ৰােগটোৰ সম্পূর্ণ নাম কি? 

উঃ একোয়ার্ড ইমিউন ডেফিচিয়েন্সি চিন্ডেম। 


৩৬ প্রঃ। কোন মন্ত্রীয়ে প্রতিশ্রুতি ৰক্ষা কৰিব নােৱাৰি নিজৰ মূৰৰ টুপী খাই পেলাইছিল ? 

উঃ ১৯৫৯ চন আমেৰিকাৰ শ্ৰমমন্ত্ৰীয়ে নিজৰ প্রতিশ্রুতি অনুসৰি বেকাৰ সমস্যাৰ সমাধান কৰিব নােৱাৰি নিজৰ টুপীটো খাই পেলাইছিল। অৱশ্যে টুপীটো আছিল কেকৰে নির্মিত। 


৩৭ প্রঃ। কোন নেতাৰ মৃত্যুৰ আগতেই তেওঁৰ মৃত্যু সংবাদ লােকসভাত ঘােষণা কৰা হৈছিল ? 

উঃ লােকনায়ক জয়প্রকাশ নাৰায়ণৰ।


৩৮ প্রঃ। কোন প্রাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি? 

উঃ শামুকৰ। ১৪,১৭৫ টা দাঁত ১৩৫ টা পাৰীত সজোৱা থাকে।


৩৯ প্রঃ। Interpole কাক বােলে? 

উঃ International Criminal Police Organisation.


৪০ প্রঃ। মাদাৰ টেৰেছাৰ প্রকৃত নাম কি? 

উঃ Agness Gynxha Bejaxhiu. 


৪১ প্রঃ। ইংৰাজীৰ সর্বাধিক ব্যৱহৃত শব্দবােৰ কি কি? 

উঃ I, the, and, of, it, is, was আৰু that ইত্যাদি। 


৪২ প্রঃ। ইংৰাজীত সর্বাধিক ব্যৱহৃত আখৰটো কি? 

উঃ E. 


৪৩ প্রঃ। 'সাৰে জাহা সে আচ্ছা’ গীতটি কাৰ ৰচনা? 

উঃ মহম্মদ ইকবাল। 


৪৪ প্রঃ। নেনাে চেকেণ্ড কি? 

উঃ এক চেকেণ্ডৰ এক লাখ ভাগৰ এভাগ। 


৪৫ প্রঃ। থার্মোমিটাৰৰ আৱিষ্কাৰক কোন? 

উঃ জার্মানীৰ ডি.ডি.ফাৰেনহাইট, ১৭১৪ চনত। 


৪৬ প্রঃ। Type writerৰ আৱিষ্কাৰক কোন? 

উঃ আমেৰিকাৰ চোমচ্ (১৮৬৮ চন)। 


৪৭ প্রঃ। পঞ্চতীর্থ কি কি? 

উঃ কুৰুক্ষেত্র, গয়া, গঙ্গা, প্রভাস, পুষ্কৰ। 


৪৮ প্রঃ। কোন জন্তুৰ ৪ টা পাকস্থলী ? 

উঃ গৰুৰ। 


৪৯ প্রঃ। Statue of liberty কি আৰু ক'ত ? 

উঃ ব্ৰঞ্জৰ দ্বাৰা নির্মিত এক বিশাল নাৰীমূর্তি। নিউইয়র্ক ফদৰ বন্দৰৰ সন্মুখৰ 'বেডালােৰ দ্বীপ’ত এই মূর্তি আছে। 


৫০ প্রঃ। 'ফিলাটেলি’ (Philately) কাক বােলে ? 

উঃ। ডাকটিকিট সংগ্রহৰ নিচাটোকে ফিলাটেলি বােলে। 


৫১ প্রঃ। Post Card কেতিয়াৰে পৰা প্রচলিত হয় ? 

উঃ ১৮০৮ চনত; অষ্ট্রিয়াত। 


৫২ প্রঃ। কোন প্রাণী উভয়লিঙ্গ? 

উঃ কেঁচু আৰু উই। 


৫৩ প্রঃ। আমাৰ দেশত আটাইতকৈ কম অক্ষযুক্ত ৰেল ষ্টেচনৰ নাম কি? 

উঃ ইব। উৰিষ্যাত।


৫৪ প্রঃ 'Happy Birthday to you হেপী বাৰ্থদে টু ইউ' গীতটো কাৰ ৰচনা? 

উঃ ১৯৩৬ চনত এই গীতটো ৰচনা কৰিছিল ডিলডার্ড পেটিহিল। 


৫৫ প্রঃ। পৃথিৱীৰ আটাইতকৈ দামী খাদ্যৰ নাম কি? 

উঃ ৰয়েল ডিলাক্স কেভিয়াৰ (Royal Delux Cavier) 

৫০০ গ্রামৰ দাম ২২৮.৫০ পাউণ্ড, প্রায় ৩৪৫০.০০ টকা। 


৫৬ প্রঃ। হাত-ভৰিত জিন জিনায় কিয় ? 

উঃ কোনাে কাৰণত যদি হাত-ভৰিৰ স্নায়ুবােৰে ঠিকমতে মগজুলৈ খবৰ দিব নােৱাৰে, তেতিয়া সেই অঙ্গ কিছুসময়ৰ বাবে অৱশ হৈ পৰে বা জিন্ জিনাই থকা অনুভৱ হয়। 


৫৭ প্রঃ। মানৱ দেহত থকা হাড় আৰু মাংসপেশীৰ পৰিমাণ কিমান? 

উঃ ২০৬ ডাল হাড় আৰু ৫২০টা মাংসপেশী আছে। 


৫৮ প্রঃ। আটাইতকৈ পাতল পদার্থ কি? 

উঃ হাইড্রোজেন। 


৫৯ প্রঃ। আটাইতকৈ গধুৰ বস্তু কি? 

উঃ বিচমাথ। ই পাৰাতকৈও বেছি গধুৰ। 


৬০ প্রঃ। এন্ধাৰত কিয় টোপনি ভাল হয় ? 

উঃ। আমাৰ স্নায়ুপেশীবােৰ যেতিয়া নিষ্ক্রিয় হৈ পৰে, তেতিয়া আমাৰ টোপনি আহে। উজ্জ্বল পােহৰত স্নায়ুপেশীবােৰ সক্রিয় হৈ উঠে কাৰণেই আমাৰ টোপনিত ব্যাঘাত জন্মে। অন্ধকাৰত এনে ধৰণৰ কোনাে ব্যাঘাত নহয় কাৰণে আমাৰ টোপনি ভাল।



~সংগৃহীত



Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium