ইংৰাজী ব্যাকৰণৰ "Sentence" কি আৰু "Sentence"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত

English Grammar Sentence and Different Types of Sentence In Assamese 

English Grammar Sentence and Different Types of Sentence In Assamese
Sentence

What Is Sentence ? What Is the Defination of Sentence?

দুই বা ততোধিক শব্দসমষ্টি একেলগে মিলিত হৈ ৰক্তাৰ মনৰ ভাৱ সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰিলেই তাক sentence বা বাক্য বোলা হয়

আনহাতে, একাধিক শব্দ একলগ হৈ যদি সম্পূৰ্ণ ৰূপে মনৰ ভাৱ বা কথা প্ৰকাশ নকৰে তেনেহ'লে তাক বাক্য ' পৰা নাযাব এটা সম্পূর্ণ বাক্য গঠনৰ বাবে নিৰ্বাচিত শব্দসমূহক এটা সঠিক ক্ৰমত ৰাখি সজাব লাগিব

A sentence is a group of words giving a complete thought. A sentence must contain a subject and a verb (although one may be implied).

 

A More Formal Definition of Sentence

( Oxford Dictionary)

A sentence is a set of words that is complete in itself, typically containing a subject and predicate, conveying a statement, question, exclamation, or command, and consisting of a main clause and sometimes one or more subordinate clauses.

উদাহৰণ কেইটা ভালকৈ লক্ষ্য কৰা হওঁক (Look at the examples very carefully ):

a) Muhan eats pizza.

এই বাক্যত Muhan হৈছে subject (কর্তা), eat হৈছে verb (ক্রিয়া) আৰু pizza হৈছে objective (কৰ্ম)

In this sentence, Muhan is the subject, eat is a verb and pizza is an object.

 

b) Sonu loves to travel.

ইয়াত Sonu হৈছে subject, loves হৈছে verb আৰু travel হৈছে object বা complement.

Here, Sonu is the subject, loves is the verb and travel is an object or complement.


এই বাক্যবোৰত, যদি word শব্দকেইটাক যদি অগাপিছা বা order maintain নকৰি সজাও তেনেহ'লে এটা পূর্ণাঙ্গ বাক্য নাপাম যেনেকৈঃ Sonu loves to travel যদি আমি Order maintain নকৰি লিখো তেতিয়াহলে (To travel loves Rahim ) সম্পূৰ্ণ ভাৱৰ কোন অর্থ প্রকাশ নাপায় সেয়েহে এইটো কোনো বাক্য নহ'

 

গতিকে তলত দিয়া ধৰণে অসমীয়াত সংজ্ঞা দিব পাৰি 

সংজ্ঞাঃ দুই বা ততোধিক word বা শব্দ সমষ্টি একেলগে মিলিত হৈ যেতিয়া এটা পূর্নাঙ্গ মনৰ ভাব প্ৰকাশ কৰে তেতিয়া তাক Sentence বা বাক্য বোলে

যেনেঃ

  1. আমি ভাত খাও - We eat rice.
  2. তেওঁলোকে খেলপথাৰত খেলি আছে They are playing in the field. 
  3. ঈশ্বৰে তোমাৰ মঙ্গল কৰক - May God bless you. 
  4. এইপিনে আহা Come here.
  5. হায়! লোকজনৰ মৃত্যু হৈছে Alas! The Man is dead.


The Classifications of Sentences (বাক্য শ্রেণিবিন্যাস):

অৰ্থ আৰু কাৰ্য্য অনুযায়ী ধৰণৰ বাক্য আছে 

সেইবোৰ হৈছেঃ (There are five categories of sentences according to their meaning and functions. These are :)

  1. Assertive Sentence (বর্ণনামূলক বাক্য)
  2. Interrogative Sentence (প্রশ্নবোধক বাক্য)
  3. Imperative Sentence (অনুজ্ঞাসূচক বাক্য)
  4. Optative Sentence (প্রার্থনা সূচক বাক্য)
  5. Exclamatory Sentence (বিস্ময়সূচক বাক্য)


Assertive Sentence (বর্ণনামূলক বাক্য):

যি Sentence কোনো বর্ননা বা বিবৃতি প্ৰকাশ কৰে তাকেই Assertive sentence বোলে

যেনেঃ

  1. মই কিতাপ পঢ়ো - I read a book.
  2. তেওঁ স্কুললৈ যায় – He goes to school.
  3. মাছমৰীয়াসকলে মাছ মাৰি আছে - The fishermen are catching fish.
  4. মনিয়ে ৰান্ধি আছে- Moni is cooking.
  5. প্রাঞ্জলে লিখি আছে Pranjal is writing.
  6. নমিতাই খেলি আছে Namita is playing.
  7. ৰাজু আহিছে - Raju has come.

 

Assertive Sentence হৈছে এটা সাধাৰণ বিবৃতি বা বক্তব্য আৰু "হয় বোধক" (ইতিবাচক) বা "নহয় বোধক" (নেতিবাচক) হয়

(Assertive Sentence is a simple statement or assertion, and it may be affirmative or negative.)

 

আপুনি এই বিন্যাস অনুসৰণ কৰিব পাৰেঃ 

(You may follow a pattern like) -

subject + verb + object/complement/adverb.


উদাহৰণস্বৰূপেঃ (Example):

1 ) He reads the book.

এটা সাধাৰণ বিবৃতিমূলক বাক্য আৰু Affirmative বা হয় সূচক বাক্য ইয়াত,

He হৈছে Subject,

reads হৈছে Verb আৰু

the book হৈছে object

বাক্যটোত ওপৰত উল্লেখ কৰা pattern অনুসৰণ কৰিছে

 

2) We do not run in the Sun.

এটা সাধাৰণ বিবৃতি আৰু Negative sentence বা নহয় বোধক বাক্যৰ উদাহৰণ

 

3 ) Everyone should read this poem.

এটা সাধাৰণ বিবৃতি আৰু বাক্যটোত থকা should এটা Modal Auxiliary.

 

Interrogative Sentence (প্রশ্নবোধক বাক্য):

যি Sentence দ্বাৰা কোনো প্রশ্ন কৰা হয় অথবা কিবা বস্তুৰ প্ৰত্যুত্তৰ পোৱাৰ উদ্দেশ্যৰে সোধা হয় তেতিয়া তাক Interrogative Sentence বোলে বাক্যৰ শেষত প্ৰশ্নবোধক চিহ্ন (?) ব্যৱহাৰ কৰা হয়

(An interrogative sentence asks any questions to get a reply to something or someone and ends with an interrogative sign (?).)

যেনেঃ

  1. তুমি কিতাপ পঢ়ানে ? - Do You read a book? 
  2. তাই স্কুললৈ যায়নে? Does she go to School? 
  3. মাছমৰীয়াসকলে মাছ মাৰি আছেনে? - Are the fishermen catching fish?
  4. মনিয়ে ৰান্ধি আছেনে? - Is Moni cooking ?
  5. নমিতাই খেলি আছেনে ? - Is Namita playing? 
  6. স্বপনে কামটো কৰিছেনে ? Has Swapan done the work?

 

নিম্নলিখিত দুটা উপায়ৰ যিকোনো এটাৰ দ্বাৰা প্ৰশ্নমূলক প্রশ্ন গঠন কৰিব পাৰি

(One of the two following ways may form an interrogative sentence.)

1) এইটো আৰম্ভ ' পাৰে Helping Verbs আৰু Modals Auxiliaries Verbs দ্বাৰা

(It may begin with Helping verbs and Modals Auxiliaries.)

Auxiliary Verbs: am, is, are - was, were - have, has, had, etc.

Modals Auxiliaries: shall, should, will, would, can, could, may, might, etc.

উদাহৰণ (Example):

  • Do you need some money?
  • Is he your Brother?
  • Should I call you?


2) WH questions দ্বাৰাও আৰম্ভ কৰাও ' পাৰে যেনেকৈঃ who, where, when, whom, what, which how ইত্যাদি

(May begin with "WH" questions like who, where, when, whom, what, which, how, etc.)

উদাহৰণ (Example):

  • What is your name?
  • Whom do you want?
  • How much money do you want?


Imperative Sentence (অনুজ্ঞাসূচক বাক্য):

যি Sentence দ্বাৰা কোনো আদেশ, উপদেশ, নিষেধ, অনুৰোধ ইত্যাদি বুজায় তাকেই Imperative sentence বা অনুজ্ঞাসূচক বাক্য বোলে এই ধৰণৰ বাক্যত Subject (you) উহ্য হৈ থাকে

(Imperative sentences express request, order, advice, command, and suggestion.)


  এটা সহজ pattern অনুসৰণ কৰা দেখা যায়ঃ 

"Subject (invisible) + verb + object "

উদাহৰণঃ (Example): 

  • Do it quickly. (Order) 
  • Never tell a lie. (Advice)
  • Please, give me a pen. (Request)

অন্যান্য কিছু উদাহৰণঃ

  1. এইপিনে আহা -Come here.
  2. কলমডাল লৈ আহা -Bring the pen.
  3. বাহিৰলৈ যোৱা -Go out.
  4. মিছা নকবা -Do not tell a lie.
  5. মিছা কথা কোৱা মহাপাপ -To tell a lie is a great sin.
  6. ইয়াৰ পৰা ওলাই যোৱা -Get out from here.
  7. ওলাই যোৱা- Get out.
  8. মোক ফোন কৰিবলৈ চেষ্টা নকৰিবা - Do not try to call me. 
  9. কেতিয়াও মোৰ ঘৰলৈ আহিবলৈ চেষ্টা নকৰিবা -Never try to come my house.


Optative Sentence (প্রার্থনা সূচক বাক্য):

যি Sentence দ্বাৰা মনৰ ইচ্ছা বা প্ৰাৰ্থনা প্ৰকাশ কৰা বুজায় তাকে Optative Sentence (প্রার্থনাসূচক বাক্যবোলে

(An Optative Sentence expresses desire, prayer, wish, etc.)

উদাহৰণস্বৰূপে ( Examples):

  1. ঈশ্বৰে তোমাক মঙ্গল কৰক May God bless you. 
  2. ভাৰত দীর্ঘজীৱী হওঁক - Long live India.
  3. ঈশ্বৰে তোমাক সাহাৰ্য্য কৰক May God help you.


এটা সাধাৰণ বিন্যাসে আপোনাক সহায় কৰিব পাৰে সেইটো হৈছে- "May + Assertive"  কিন্তু লগে আপুনি মনত ৰখা দৰকাৰ যে "May" নোহোৱাকৈও এটা Optative বাক্য গঠন কৰিব পৰা যায়

(A simple pattern can help you more. That is (MAY + ASSERTIVE), but at the same time you should keep in mind that an Optative sentence can be formed without "MAY".)

বেছিভাগ optative sentence may ব্যৱহৃত হয় কিন্তু কিছু ক্ষেত্ৰত ব্যাতিক্রতো আছে

যেনেঃ (Example):

  1. May God help you to overcome all the obstacles. 
  2. May you be happy in your future life.
  3. Long live our president.

ওপৰৰ উদাহৰণসমূহৰ পৰা উজিব পৰা যায় যে, May অবিহনেও Optative sentence ' পাৰে সেয়েহে, এইটো সকলো সময়তেই বাধ্যতামূলক নহয় যে যে Optative sentence আৰম্ভণিত May থাকিবই লাগিব


Exclamatory Sentence (বিস্ময়সূচক বাক্য):

যি Sentence দ্বাৰা বিস্ময় বা মনৰ আবেগ প্ৰকাশ কৰা হয় তাকে Exclamatory Sentence বা বিস্ময় সূচক বাক্য বোলে

Exclamatory sentence দ্বাৰা হঠাৎ আকস্মিকভাবে মনৰ কোনো পৰিৱৰ্তন; যেনেঃ হর্ষ, বিষাদ, আনন্দ, আবেগ বা বিস্ময় প্রকাশ কৰা হয়

( An exclamatory sentence expresses sudden or strong feelings or emotions like surprise, anger, delight, pain, etc. It is a term of the sudden change of mind.)


Exclamatory Sentence এই শব্দবোৰৰ দ্বাৰা আৰম্ভ ' পাৰে শব্দবোৰ হৈছে Alas, Bravo, Ah, Hurrah, What, How ইত্যাদি

(Sometimes, an exclamatory sentence can start with Alas, Bravo, Ah, Hurrah, What, How, etc.)

 

বিস্ময়সূচক চিহ্ন (!) বাক্যত ব্যৱহাৰ কৰাটো বাধ্যতামূলক কেতিয়াবা বাক্যৰ শেষত আৰু কেতিয়াবা এই বিস্ময়সূচক চিহ্নটি (!) বাক্যৰ আৰম্ভণিতেই বহে কোনো বাক্য যদি Alas, Bravo ah, Oh, Hurrah ইত্যাদি দি আৰম্ভ হয় তেতিয়াহ'লে এই শব্দসমূহৰ পাছতেই বিস্ময়সূচক চিহ্ন বহাব লাগে

উদাহৰণস্বৰূপে( Example):

  • শিশুটি কিমান মৰমলগা! How beautiful the baby is!
  • তুমি কিমান অকৰা! How fool you are !
  • বিছনাখন কিমান আৰামদায়ক! How comfortable the
  • হায়! লোকজনৰ মৃত্যু হৈছে Alas! The man is dead. 
  • Hurrah! We've won the game. 
  • What a beautiful scene!
  • Alas! You've failed in English.


ENGLISH SENTENCE STRUCTURE:

THERE ARE FOUR TYPES OF SENTENCES STRUCTURE

(ইংৰাজী বাক্য গঠনঃ চাৰি ধৰণৰ বাক্য)

গঠনৰ দৃষ্টিকোণৰ পৰা অন্যান্য ভাষাৰ নিচিনাকৈ ইংৰাজী বাক্যসমূহকো প্রধানত তিনিটা ভাগত ভাগ কৰা হয় সেইবোৰ হৈছে-

  1. Simple sentence (সৰল বাক্য
  2. Compound Sentence (যৌগিক বাক্য
  3. Complex sentence (জটিল বাক্য)
  4. Compound Complex (যৌগিক-জটিল বাক্য)

বহুত ব্যাকৰণবিদসকলে Compound Complex নামেৰে চতুৰ্থ ধৰণৰ বাক্যও শ্ৰেণীবিভাজন কৰিছে


Simple sentence (সৰল বাক্য):

যিবোৰ বাক্যত এটা মাত্র Subject বা object আৰু এটামাত্ৰ সমাপিকা ক্রিয়া (finite verb) থাকে তাকে Simple sentence বা সৰল বাক্য বোলে সৰল বাক্যত মাত্ৰ এটা clause থাকে

(In a simple sentence, there is only one subject and one finite verb. It has only one independent clause.)

 

আপুনি তলত দিয়া ধৰণে এটা বিন্যাস অনুসৰণ কৰিব পাৰেঃ (You may follow a simple pattern like :)

Subject + Finite verb + complement

উদাহৰণস্বৰূপে (Examples):

  • Guwahati is the biggest city in Northeast. 
  • She wrote an application to the principal. 
  • India is a developing country. 

- প্ৰত্যেকটো উদাহৰণতেই এটাকৈ subject আৰু এটাকৈ সমাপিকা ক্রিয়া (finite verb) আছে

 

আমি এনেদৰেও ' পাৰো,

যেতিয়া কোনো বাক্যত এটা subject আৰু এটা predicate থাকে, অর্থাৎ বাক্যটো মাত্ৰ এটা clause ৰে গঠিত, তেন্তে আমি তাক Simple Sentence (সৰল বাক্য) বুলি কওঁ

যেনেঃ

  • Rashmi is my sister.
  • She studies in class ten.
  • Aymoni is our neighbour.

-ওপৰৰ বাক্য তিনিটাত Rashmi, She, Aymoni হৈছে একোটা subject আৰু বাকী অংশখিনি হৈছে একোটা predicate.

 

Simple sentence এক বা একাধিক phrases (খণ্ডবাক্য) থাকিব পাৰে

যেনেঃ

  • The Sun rises in the east.
  • Sam is our neighbour.
  • Kathmandu is the capital of Nepal.
  • She studies in class ten.
  • Our ancestral house is on a river bank.

- উপৰোক্ত উদাহৰণসমূহত, in the east the capital of Nepal, in class ten, our ancestral house, on a river bank, ইত্যাদি সকলো phrase (খণ্ডবাক্য) Phrase & finite verb/সমাপিকা ক্রিয়া নাথাকে phrase পৃথককৈ কোনো অর্থ প্ৰকাশ নকৰে phrase subject আৰু verb নাথাকে


Compound Sentences (যৌগিক বাক্য):

নিৰপেক্ষ দুই বা তাতোধিক সৰল বাক্য যদি কোনো সংযোজক অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ এটা সম্পূর্ণ বাক্য গঠিত কৰে তেতিয়া তাক Compound sentence বা যৌগিক বাক্য বোলা হয়

( A compound sentence incorporates at least two principal clauses. These clauses linked by one or more coordinating conjunctions, punctuations or both.)

 

- Compound Sentence Conjunctions হিচাপে এইবোৰ ব্যৱহাৰ কৰা হয় (Conjunctions that are used in compound sentences are) and, or, but, for, not, also, thus, however, moreover, therefore, so, still, else, as well as, otherwise, accordingly, yet, not yet, but also, either or, neither nor, on the contrary, etc.

উদাহৰণ (Example):

  • He is poor but happy.
  • We searched him everywhere but did not find.
  • Mou shouted, and all the people started to clap their hands.

যেতিয়া এটা বাক্য দুই বা ততোধিক Independent of main clause দি গঠিত হয়, তেতিয়া আমি তাক এটা Compound sentence (যৌগিক বাক্য) বুলি কওঁ

 

নিম্নলিখিত বাক্যটোলৈ পৰীক্ষা কৰা যাওঁকঃ

Aruna is my sister and she is ten years old.

ওপৰৰ বাক্যটো দুটা clause আছে-

Aruna is my sister আৰু she is ten years old.


১ম অংশঃ Aruna is my sister,

এই শব্দসমূহে এটি ধাৰণা প্ৰকাশ কৰে যিটো অন্যৰ সাহায্য অবিহনেই এটা সম্পূর্ণ মনোভাব প্ৰদান কৰে বাস্তৱিকতে এইটো এটা independent বা main clause আৰু এটা সম্পূর্ণ বাক্য

 

২য় অংশঃ She is ten years old

ইও এটা independent বা main clause

উভয় main clause দুটা and শব্দটোৰ দ্বাৰা সংযুক্ত কৰা হৈছে, যিটো coordinating conjunction হিচাপে পৰিচিত But, or, either or, neither nor, এইবোৰো coordinating conjunctions হয়; যিবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰো

গতিকে ওপৰৰ বাক্যটো এটা compound sentence উদাহৰণ

 

অন্যান্য কিছু উদাহৰণ তলত উল্লেখ কৰা 'লঃ

  • Aruna studies in class ten and she is a good student.

- দুটা independent clauses, যিবোৰ coordinating conjunction, and, দি যুক্ত হৈছে

 

  • Sam is our neighbour but we rarely see him.

-দুটা independent clauses, যিবোৰ coordinating conjunction, but, দি যুক্ত হৈছে

 

  • We leave right now or we will miss the train.

-দুটি independent clauses, যিবোৰ coordinating conjunction, or, দি যুক্ত হৈছে

 

  • The sky is clear and the beach is clean but I forgot my swimming gear.

- তিনিটা independent clauses, যিবোৰ coordinating conjunction, and আৰু but, দি যুক্ত হৈছে

 

Complex Sentences (জটিল বাক্য):

যিবোৰ বাক্যেত এটা প্ৰধান খণ্ড বাক্য থাকে আৰু তাৰ উপৰত আশ্ৰয় বা অৱলম্বন কৰি অন্য এক বা একাধিক খণ্ডবাক্য থাকে তাক Complex sentence (জটিল বাক্য বা মিশ্র বাক্য) বোলে

( It consists one main clause and one or more sub ordinate clauses or adverbial clauses.)

 

1) Main clause পাছত Adverbial clauses আহে :(Adverbial clauses come after the main clause.)

যেনেঃ

  • His brother died when he was seven years old. 

ইয়াত,

Main clause = His mother died

Subordinating conjunction= When Adverbial clause = He was two years old

 

  • If you read regularly, you will do well in the exam. 

ইয়াতঃ

Subordinate clause if you read regularly

Subordinating conjunction= if

Main clause you will do well in the exam

 

2) Subordinate clause (নিৰ্ভৰশীল, পৰাধীন বাক্যাংশ, dependent clause) বাচনি কৰাৰ আটাইতকৈ সুন্দৰ পন্থাটো হৈছে- সদায় conjunctions দ্বাৰা আৰম্ভ হয়ঃ (The best way to detect Subordinate clause is that it always begins with conjunctions like)

যেনেদৰেঃ

where, what, when, that, while, who, if, whether, because, whenever, whoever, whatever, wherever, though, although, till, until, unless, after, before, so that, etc.

যেনেঃ

You did not even hear what his name was.

ইয়াতঃ

Subordinate clause = what his name was


Though he lives in America, he speaks Bengali fluently. 

ইয়াতঃ

Subordinate clause= Though he lives in America

 

যেতিয়া কোনো বাক্য এটা main clause আৰু এক বা একাধিক subordinate clause দ্বাৰা গঠিত হয়, তেতিয়া আমি তাক Complex Sentence (জটিল বাক্য) বুলি কওঁ

 

এতিয়া আমি নিম্নলিখিত বাক্যটো পৰীক্ষা কৰো আহঁকঃ

  • We ran home when the rains started.

উপৰৰ বাক্যটোত দুটা clause আছে, main আৰু subordinate

We ran home হৈছে= main clause আৰু when the rains started হৈছে= subordinate clause. গতিকে উপৰোক্ত বাক্যটো এটা Complex Sentence.

 

Complex sentences অন্য কিছু উদাহৰণ 'লঃ

The police removed the barricade as the crowd became restive.

Main clause= The police removed the barricade subordinate clause = as the crowd became restive

 

The manager was relieved when the workers who were on strike resumed work.

Main clause = The manager was relieved

subordinate clauses= when the workers resumed work আৰু who were on strike


Compound - Complex Sentences (যৌগিক জটিল বাক্য):

আমি জানো যে এটা compound sentence দুটা independent clause ৰে গঠিত হয় আৰু এটা coordinating conjunction যুক্ত হয় কিন্তু, বহুত সময়ত সংযুক্ত বাক্যসমূহৰ মাজত independent clause অবিহনে subordinate clause থাকিব পাৰে

এটা বাক্য ' অন্তত দুটি independent clause আৰু কমপক্ষেও এটা subordinate clause আছেতাকে Compound Complex sentence বোলে

উদাহৰণ স্বৰূপেঃ

Aruna searched for the keys and I told her that Sam has them.

উপৰৰ বাক্যটোত:  দুটা independent clause সমন্বয়ৰে গঠিত Aruna searched for the keys আৰু I told her that Sam has them.

উল্লেখযোগ্য, that Sam has them এটা subordinate clause আৰু I told her that Sam has them হৈছে independent clause অংশ

গতিকে, Aruna searched for the keys and told her that Sam has them. এই বাক্যটো Compound Complex sentence.

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium