ইংৰাজী ব্যাকৰণৰ "Phrase (খণ্ডবাক্য)" কি আৰু "Phrase (খণ্ডবাক্য)"ৰ উদাহৰণসমূহ অসমীয়াত

English Grammar Phrase and Some Examples of Phrase In Assamese

ইংৰাজী ব্যাকৰণৰ "Phrase (খণ্ডবাক্য)" কি আৰু "Phrase (খণ্ডবাক্য)"ৰ উদাহৰণসমূহ অসমীয়াত
Phrase

What Is Phrase ? What Is the Defination of Phrase ?

Phrase (খণ্ডবাক্য) হৈছে একাধিক শব্দৰ সমষ্টি ' কেতিয়াও কোনো finite verb / সমাপিকা ক্রিয়া নাথাকে এইবোৰে পৃথককৈ কোনো পূর্ণাঙ্গ বাক্য গঠন কৰিব নোৱাৰে, কিন্তু বাক্যৰ বিভিন্ন ঠাইত বহি এটা পূর্ণাঙ্গ বাক্য গঠন কৰিবলৈ সাহায্য কৰে

(A phrase refers to a group or a set of words in a sentence or clause having no subject and a finite verb. A phrase never includes a finite verb. It may include a headword.)

উদাহৰণঃ (Example:)

a) Never tell a lie.

b) Birds fly in the sky at large.

c) I'm in a fix what to do.

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium