ইংৰাজী ব্যাকৰণৰ "Number(বচন )" কি আৰু "Number(বচন )"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত
English Grammar Number and Different Types of Number In Assamese
![]() |
Number |
What Is Number ? What Is the Defination of Number ?
Number বা বচন শব্দটোৱে noun বা pronoun ক বুজায় আৰু ব্যক্ত কৰে যে noun বা pronoun টো সংখ্যাত একক নে একাধিক।
(The word number denotes to noun or pronoun and states whether the noun / pronoun is one or more than one.)
বিশেষ্য (noun) বা সর্বনাম (pronoun) পদৰ সংখ্যাৰ ধাৰণা প্ৰকাশৰ উপায় বা সংখ্যাত্মক প্ৰকাশৰ উপায়কেই বচন বোলে। অর্থাৎ বিশেষ্য (noun) বা সর্বনাম (pronoun) পদে যি ব্যক্তি, বস্তু বা প্ৰাণীৰ প্ৰতিনিধিত্ব কৰিছে বা বুজাইছে, সেই ব্যক্তি, বস্তু বা প্ৰাণীৰ সংখ্যা, অর্থাৎ সেইটো একক সংখ্যক নে একাধিক সংখ্যাক, সেয়া বুজোৱাৰ পদ্ধতিকেই বচন বোলে।
Classification and Different Types of Number:
সাধাৰণতে বচন দুই প্ৰকাৰৰঃ (Generally, the number is of two types:)
1. Singular Number (একবচন)
2. Plural Number (বহুবচন)
Comments
Post a Comment