ইংৰাজী ব্যাকৰণৰ Modal Verb কি বা কাক বোলে অসমীয়াত
English Grammar What is Modal Verb In Assamese
![]() |
Modal Verb |
What Is Modal Verb ? What Is the Defination of Modal Verb ?
যেতিয়া এটা পৰিস্থিতি সম্পর্কে কিছু সিদ্ধান্ত গ্ৰহণৰ প্রয়োজন হয় তেতিয়া Modal verb ব্যৱহৃত হয়। ইয়াত deduction মানে এটা পৰিস্থিতি সম্পর্কে প্রাপ্ত তথ্যৰ উপৰত ভিত্তি কৰি কোনো উপসংহাৰত উপনীত হোৱা বুজাইছে।
(Modal verbs are used where some deduction is needed for a situation. Here deduction means drawing a conclusion about a situation based on the available information.)
Comments
Post a Comment