ইংৰাজী ব্যাকৰণৰ "Case" কি আৰু "Case"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত
English Grammar Case and Different Types of Case In Assamese
![]() |
Case |
What Is Case ? What Is the Defination of Case ?
এটা sentence এ noun আৰু pronoun ৰ অন্যান্য শব্দৰ সৈতে ব্যাকৰণগত সম্পর্ককেই case বোলে।
(The grammatical association of nouns and pronouns to other words in a sentence is defined as the case.)
Case ৰ অন্য এটা সংজ্ঞাঃ কোনো sentence এ verb ৰ সৈতে সেই sentence ত ব্যৱহৃত noun বা pronoun ৰ সৈতে যি সম্পর্ক থাকে তাকেই case বা কাৰক বোলে।
উদাহৰণস্বৰূপেঃ
a) Sima caught a bird.
• চীমাই এটা চৰাই ধৰিছিল।
b) She has a doll.
• তাইৰ এটা পুতলা আছে।
c) Adil did the work.
• আদিলে কামটো কৰিছিল।
d) Kajal reads Assamese.
• কাজলে অসমীয়া পঢ়ে।
উপৰৰ Sentence বোৰ লক্ষ্য কৰিলে আমি দেখা পাওঁ-
a) প্রথম বাক্যটোত caught verb ৰ সৈতে Sima আৰু bird ৰ,
b) দ্বিতীয় বাক্যটোত has verb ৰ সৈতে she আৰু doll ৰ,
c) তৃতীয় বাক্যটোত did verb ৰ সৈতে Adil আৰু the workৰ, আৰু
d) চতুর্থ বাক্যটোত read verb ৰ সৈতে Kajal আৰু Assamese ৰ সম্পর্ক আছে।
এই সম্পর্ককেই Case বা কাৰক বোলে।
Classification and Different Types of Case:
সাধাৰণতে Gender ৰ চাৰি ধৰণৰঃ (Generally, gender is of four types:)
1. Masculine Gender (পুং লিঙ্গ)
2. Feminine Gender (স্ত্রীলিঙ্গ)
3. Common Gender (উভয় লিঙ্গ)
4. Neuter Gender ( ক্লীৱলিঙ্গ)
Comments
Post a Comment