ইংৰাজী ব্যাকৰণৰ "Gender(লিঙ্গ)" কি আৰু "Gender(লিঙ্গ)"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত

English Grammar Gender and Different Types of Gender In Assamese

ইংৰাজী ব্যাকৰণৰ "Gender(লিঙ্গ)" কি আৰু "Gender(লিঙ্গ)"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত
Gender

What Is Gender ? What Is the Defination of Gender ?

Gender অসমীয়া অৰ্থ হৈছে লিঙ্গ Gender নির্দেশ কৰে কোনো noun বা pronoun পুৰুষ, স্ত্রী, ক্লীৱ নে উভয় লিঙ্গ

(Gender specifies whether a noun or a pronoun is masculine, feminine, neuter or common.)

যি Noun বা Pronoun দ্বাৰা স্ত্রী, পুৰুষ অথবা অচেতন পদার্থ বুজায় তাকেই Gender বা লিঙ্গ বোলে যেনেকৈঃ Man, woman, pen, ball ইত্যাদি


Classification and Different Types of Gender:

সাধাৰণতে Gender চাৰি ধৰণৰঃ (Generally, gender is of four types:)

1. Masculine Gender (পুং লিঙ্গ)

2. Feminine Gender (স্ত্রীলিঙ্গ)

3. Common Gender (উভয় লিঙ্গ)

4. Neuter Gender ( ক্লীৱলিঙ্গ)

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium