ইংৰাজী ব্যাকৰণৰ "Modifiers (পৰিবৰ্তক)" কি বা কাক বোলে অসমীয়াত

English Grammar What is Modifiers In Assamese

ইংৰাজী ব্যাকৰণৰ "Modifiers (পৰিবৰ্তক)" কি বা কাক বোলে অসমীয়াত
Modifiers

What Is Modifiers? What Is the Defination of Modifiers ?

Modifiers (পৰিবৰ্তক) এনেকুৱা কিছুমান শব্দ বা শব্দসমষ্টি যিবোৰে অন্য শব্দক প্রভাবিত কৰে আৰু তাৰ সম্পৰ্কত নতুন তথ্য প্ৰদান কৰে

(Modifiers are words or a set of words that describe or provide additional information of other words in the sentence. It can be a single word, a clause or a phrase.)

 

উদাহৰণঃ (Example) :

a) The boy with the school bag is my brother.

b) The teacher with the question paper entered into the class.

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium

700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese