ইংৰাজী ব্যাকৰণৰ Mood (ভাৱ) কি বা কাক বোলে অসমীয়াত
English Grammar What is Mood In Assamese
![]() |
Mood |
What Is Mood ? What Is the Defination of Mood ?
Mood (ভাৱ) হৈছে বক্তাৰ এগৰাকীৰ অনুভূতি। Mood সাধাৰণতে এগৰাকী বক্তা বা লেখকৰ চিন্তা আৰু অনুভূতি প্ৰকাশ কৰে। এগৰাকী লেখক বা বক্তা কেনেকৈ তেখেতৰ আচৰণবোৰ প্ৰকাশ কৰিছে বা লিখিছে সেয়া প্ৰকাশ কৰে। এটা verb ৰ বিভিন্ন form সমূহক কেনেকৈ বাক্যত ব্যৱহাৰ কৰা হ'ব সেই সম্পৰ্কে ধাৰণা প্ৰদান কৰে।
(The mood is the feeling of the speaker. It expresses the thoughts and feelings of a writer or speaker. It shows the writer's or speaker's attitude toward what he/she is saying or writing. It is the form of a verb that shows how it is to be regarded.)
Comments
Post a Comment