ইংৰাজী ব্যাকৰণৰ "Punctuation" কি বা কাক বোলে অসমীয়াত
English Grammar What is Punctuation In Assamese
![]() |
Punctuation |
What Is Punctuation ? What Is the Defination of Punctuation ?
Punctuation এটা system যিটো এজন reader ক writer এ কেনেকৈ বাক্যটো সজাইছে সেয়া সম্পর্কে ধাৰণা দিয়ে। আমি কথা কোৱাৰ সময়ত বিভিন্ন ঠাইত বিভিন্ন expressions আৰু pause ব্যৱহাৰ কৰো যাতে শ্ৰোতাই খুব সহজতে আমাৰ মনৰ ভাব বুজিব পাৰে। Written language এ punctuations সেই pause আৰু expressions প্ৰকাশ কৰে reader ৰ ওচৰত। Punctuations এ বাক্যক reader ৰ ওচৰত সুস্পষ্ট কৰে।
(Punctuations are the system of signs and symbols that show a reader how a sentence is organized and constructed, where to pause and where to stop, how to read and how to write a sentence. These are used to make sense and clarity in sentences.)
Comments
Post a Comment