ইংৰাজী ব্যাকৰণৰ "Suffix " কি আৰু "Suffix "ৰ উদাহৰণসমূহ অসমীয়াত

English Grammar Suffix and Some Examples of Suffix In Assamese

ইংৰাজী ব্যাকৰণৰ "Suffix " কি আৰু "Suffix "ৰ উদাহৰণসমূহ অসমীয়াত

What Is Suffix ? What Is the Defination of Suffix ?

Suffix (পৰসৰ্গ, অনুসৰ্গ বা পৰ প্ৰত্যয়) হৈছে এটা বা কেইবাটাও letter সমষ্টি, যিবোৰে stem (ধাতু) / root word (মূল শব্দ) পাছত বহি নতুন word (শব্দ) সৃষ্টি কৰে Stem / root word উপৰিও বাকী যি অংশ এটা শব্দত থাকে সেইবোৰকেই affix বোলা হয়

Suffix যুক্ত শব্দবোৰত যিবোৰ affix থাকে সেইবোৰে সাধাৰণতে কোনো অর্থ বহন নকৰে Grammatical পৰিৱৰ্তন আৰু শব্দৰ অৰ্থৰ পৰিৱৰ্তনৰ বাবে suffix ব্যৱহাৰ কৰা হয়

"A suffix (also called ending) is an affix that is placed after the stem of a word." - Wikipedia

উদাহৰণ (Example):

a) Reader

  ইয়াত 'read' এটা stem যাৰ ভিন্ন এটা অৰ্থ আৰু বাক্যত ভিন্ন grammatical function আছে কিন্তু affix ‘er' যোগ কৰাত stem অৰ্থ আৰু grammatical function উভয়েই পৰিৱৰ্তন কৰা হৈছে একেদৰে Reading, Readable ইত্যাদি

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium