অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs
অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence using Assamese proverbs  আজি আমি অসমীয়া খণ্ডবাক্য  আৰু  অসমীয়া জতুৱা ঠাচ ৰে বাক্য ৰচনা কৰা assamesemedium.in  ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ আগত আগবঢ়ালো যাতে আপোনা লোকৰ সহায় হয় । অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচৰ অৰ্থ আৰু জতুৱা ঠাচৰ দ্বাৰা বাক্য ৰচনা অসমীয়া বাক্য ৰচনা  । অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ  সমূহৰ অৰ্থ আৰু বাক্য ৰচনা কৰা সমূহ ক্ৰমান্বয়ে "অ" পৰা "ঔ" লৈ আৰু "ক" পৰা "য়" লৈ  দিয়া হৈছে । যাতে আপোনালোকৰ পঢ়াত সহায় হয়।ধন্যবাদ 😘❤️❤️ অসমীয়া বাক্য ৰচনা কৰা  বাক্য ৰচনা কৰা "অ"  আখৰৰ  জতুৱা ঠাচ  আৰু  খণ্ডবাক্যৰে বাক্য ৰচনা কৰা অজৰ - অমৰ  ( বুঢ়া  নোহোৱা আৰু  নমৰা , অবিস্মৰণীয়  ):  সুবিশাল মোলাই  কাঠনি  নিজ  হাতে গঢ়ি  অৰণ্য  মানৱ  যাদৱ পায়েঙ  অজৰ - অমৰ  হৈ ৰ ’ ব  ৷   অজীন   পাতকী   (  জাক   জীণ   যাব   নোৱৰাজন, দুষ্ট, মিলিব   নোৱাৰা ) : অজীণ - পাতকী  লোকে সদায়  শান্তিৰ  নিজনি  পানী  ঘোলা কৰি  আনকতো  দুখ  দিয়...
Comments
Post a Comment