ইংৰাজী ব্যাকৰণৰ Modal Verb কি বা কাক বোলে অসমীয়াত

English Grammar What is Modal Verb In Assamese Modal Verb What Is Modal Verb ? What Is the Defination of Modal Verb ? যেতিয়া এটা পৰিস্থিতি সম্পর্কে কিছু সিদ্ধান্ত গ্ৰহণৰ প্রয়োজন হয় তেতিয়া Modal verb ব্যৱহৃত হয় । ইয়াত deduction মানে এটা পৰিস্থিতি সম্পর্কে প্রাপ্ত তথ্যৰ উপৰত ভিত্তি কৰি কোনো উপসংহাৰত উপনীত হোৱা বুজাইছে । (Modal verbs are used where some deduction is needed for a situation. Here deduction means drawing a conclusion about a situation based on the available information.)